পৃষ্ঠা:New Testament in Assamese.djvu/৪০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪০ ৪ ইব্রীলৈ পত্র । তেওঁ পাপৰ সম্বন্ধি নহৈ, যিবিলাকে তেওঁলৈ বাট চাই অাছে, সিবিলাকৰ পৰিত্ৰাণৰ নিমিত্তেহে প্ৰকাশ হৈ আহিব । ১০ অধ্যায়। পা- বিধানেই ভবিষ্যত মঙ্গলৰ স্বৰূপ মূর্তি নহৈ ছায়া মাথোন হোৱাত, বছৰি বছৰি সদাই দিয়া বলিৰ দ্বাৰাই তালৈ ছাপি যোৱবিলাকক কেতিয়াও সিন্ধি কৰিব নোৱাৰে । ২ কিয়নো সেৱকীয়াবোৰ এবেলি শুচি কৰা হলে, সিবিলাকৰ মনত আৰু পপিৰ জ্ঞান নথকাত সেইবিলাক উচগ কৰিবলৈ নেৰিলেহেঁতেন নে? ৩ কিন্তু সেই বলিদানৰ দ্বাৰাই প্রতি বছৰত পপি সোঁৱৰা হৈছে। ৪ কিয়নাে ভতৰ অৰুি ছাগৰ তেজেৰে পপি মোচন কৰি- বলৈ অসাধ্য । এই হেতুকে খ্রীষ্টে জগতত অৱতাৰ হৈ কলে, তুমি বলিদান আৰু উচৰগলৈ ইচ্ছা নকৰি, মোলৈ শীল যুগুত কৰি দিল। । ৬ হোম অাৰু পাপৰ অর্থে বলিদানত তুমি সন্তোষ নোহোৱাত ময় কলোঁ, ৭ দেখা, ময় আহিছে, ধর্ম পুথিতে মোৰ অর্থে এনে লিখা অাছে, হে ঈশ্বৰ, ময় তো- মৰি ইষ্ট কর্ম কৰিবলৈ আহিছে। ৮ তেওঁ প্ৰথমতে বিধানৰ দৰে উচৰ- গ। বলিদান আদিৰ অৰ্থে কৈছে, বলিদান, হােম, নৈবেদ্য, বলি, অৰু পা- পৰ অর্থে যজ্ঞলৈ তুমি ইচ্ছা নকৰ, আৰু তাত সন্তোষে নোহোৱা; ছে তেওঁ কৈছে, দেখা, [ হে ঈশ্বৰ,] ময় তোমাৰ ইষ্ট কর্ম কৰিবলৈ অ- হিছে; এই ৰূপে দ্বিতীয় কথা থিৰ কৰিবৰ নিমিত্তে তেওঁ প্ৰথমকে গুছাই- ১০ এই হেতুকে যীশু খ্রীষ্টৰ শৰীল একে বেলিয়েই উচৰগ কৰাত আমি তেওঁৰ সেই ইট কৰ্মৰ দ্বাৰাই পবিত্র কৰা হৈছে। । ১১ প্রতি জন পোৰোহিতে সেৱা কৰি পপি গুছাব নোৱৰা একে ৰূপ বলি বাৰে বাৰে উচৰগ কৰিবলৈ দিনে দিনে থিয় হৈ আছে ; ১২ কিন্তু খ্রীষ্টে পাপ মোচনৰ নিমিত্তে এক বলি উচৰগ কৰিলত সৰ্ব্বদায় ঈশ্বৰৰ সো ফালে বহি, ১৩ এতিয়াৰ পৰা তেওঁৰ শত্ৰুবিলাক ভৰিৰ পিৰা নহয় মানলৈকে অপেক্ষা কৰি আছে । ১৪ তেওঁ পবিত্ৰ কৰা লোকবিলাকক এক উচৰগৰ দ্বাৰাই অনন্ত কাললৈকে সিন্ধি কৰিলে । ১৫ আৰু এই কথাত পবিত্র আত্মাই আপুনি আমালৈ সাক্ষী হৈছে; কিয়নো সেই দিনৰ পাচত ময় সিবিলাকে সৈতে এই নিয়ম থিৰ কৰিম, পূৰ্ব্বে কোৱা সেই বচনৰ পাছে প্রভুএ কৈছে, ১৬ সিবিলাকৰ হৃদয়ত মোৰ বিধান দিম, আৰু সি- বিলাকৰ চিত্তত লিখিম ; ১৭ সিবিলাকৰ পপি অৰুি অপৰাধ ময় মনত অাৰু নেৰাখিম । ১৮ এই হেতুকে পপি মোচন হলে পাপৰ নিমিত্তে আন উচৰগ কৰিবলৈ প্ৰয়োজন নেথাকে। ছে।