পৃষ্ঠা:New Testament in Assamese.djvu/৪০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

son ইব্ৰীলৈ পত্ৰ। 1 নামেৰে খ্যাতি হোৱাতে, ৩ অৰুি তেওঁৰ পিতৃ, মাতৃ, বঙ্গহ, আয়ুষৰ আদি জীৱনৰ অন্ত, এই সকলো অবিদিত হোতি, তেওঁ ঈশ্বৰৰ পুত্ৰৰ নিচিন। নিত্য পোৰোহিত হৈ আছে। ৪ বিবেচনা কৰি দেখা, যি জনক আমাৰ ওপৰ পিতৃ অব্ৰাহামে লুট কৰা বস্তুৰ দহ ভগিৰ এভাগ দিলে, তেওঁ কে- নে প্ৰধান লেক! t লেৱিৰ সন্তানবিলাকে পোৰেহিতৰ ববি পাই, বি- ধানৰ মতে লোকৰ পৰা অৰ্থাৎ অব্ৰিাহামৰ বঙ্গহৰ আপোন ভাইবিলা- কৰ পৰ। দশম ভাগ লবৰ আজ্ঞ। পোৱা হৈছে, ৬ কিন্তু এই জন মানু- হে সিবিলাকৰ বঙ্গহত গণিত নহৈয়ো অব্ৰিাহামৰ পৰা দশম ভাগ লৈ প্ৰতিজ্ঞাৰ তাধিকাৰকেই আশীৰ্ব্বাদ কৰিলে। ৭ আৰু সৰু লোকে বৰ পৰা- হে আশীৰ্বাদ পোবা হয়, ইয়াত সংশয় নাই। ৮ আৰু এই কথাত যিবিলাক মৰণৰ অধীন সিবিলাকে দশম ভাগ পাই; কিন্তু সেই কথাত হলে যি জনে দশম ভাগ পাই, তেওঁ জীয়াই থাকে, ইয়াৰ প্ৰমাণ দিয়া হৈছে। ১ আৰু দশম ভাগ গ্ৰহণ ক। যি লেৰি তেওঁ অপিনিএই অব্ৰিাহামৰ দ্বাৰাই দশম ভাগ দিলে, ইয়াকো কোৱা যাব পাৰে; ১০ কিয়নো মীছেদকে যেতিয়া তেওঁৰ পিতৃক লগ পালে, তেতিয়া লেৰি তেওঁৰ কটিৰ ভিতৰতে অছিল ১১ আৰু লোকে যিহেৰে বিধান পালে, সেই লেবিয়া পোৰোহিত বা- বৰ দ্বাৰাই যদি মানুহৰ সিন্ধি হব পাৰে, তেন্তে হীৰেণৰ বাবেৰে খ্যাতি নহৈ মীছেদকৰ বাবেৰে অনি এজন পোৰোহিত ওলোৱাৰ কি প্ৰয়ো জন? ১২ পৌৰোহিতৰ ববি বেলেগ কৰা হোৱতি বিধানে। অৱশ্যে বে- লেগ কৰা হব। ১৩ আৰু যি ফৈদৰ কেৱে কেতিয়াও হোমৰ ভেটিৰ কৰ্ম কৰা নাই, এনে ফৈদৰ পৰা ওলোৱা এজনৰ অৰ্থে এইবিলাক কথা কোৱা গৈছিল। ১৪ কিয়নো আমাৰ প্ৰভু য়িহুদা বঙ্গহত অৱতীৰ হৈছে, এয়ে প্ৰকাশ আছে; কিন্তু মোচাই পোৰোহিত কৰ্মৰ অৰ্থে সেই ফৈদৰ একো কথা কোৱা নাই। ১৫ আৰু তাতকৈয়ো প্ৰকাশ হেৰা প্ৰমাণ এই, মক্কী- ছেদকৰ নিচিন। অন যি পোৰোহিত ওলাব, ১৬ তেওঁ সংসাৰৰ সমন্ধি অজ্ঞৰি দৰে নিযোজন নহৈ, অনন্ত আয়ুষৰ শক্তিৰ দৰে নিযোজন কৰা ১৭ কিয়নো ঈশ্বৰে প্ৰমাণ দিছে, তুমি মীছেদক ববি অনুসৰি সদাই পোৰোহিত হৈ আছি॥ ১৮ এই হেতুকে যি বিধানৰ দ্বাৰাই একো সিন্ধি হোৱা নাই, সেই পূৰ্ব্ব কলিৰ বিধান দুৰ্ব্বল আৰু নিস্ফল হোৱাৰ নিমিত্তে লোপ হয়; আৰু তাতকৈ উত্তম যি আশাৰ দ্বাৰাই আমি ঈশ্ব- বৰ ওচৰলৈ চাপি অহে, এনে অশি। দান কৰা হৈছে। ২০ আৰু শপত নোহোৱাকৈ যীশুক পোৰোহিত বাবে নিযোজন কৰা নাই, ইয়াতে। তেওঁ অধিক উত্তম নিয়মৰ লগা হৈছিল। ২১ কিয়নো সেই পোৰোহিতবিলাকক শপত নোহোৱাকৈ নিযোজন কৰা হৈছে; কিন্তু প্ৰভু এই শপত কৰিলে, আৰু তেওঁ মন নেপালটাব; তুমি মীছেদকৰ বাৰ হব।