পৃষ্ঠা:New Testament in Assamese.djvu/৩৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তীতলৈ পত্ৰ। ১৪ বিশ্বাসত থিৰ হবলৈ সিবিলাকক দৃঢ় ৰূপে ডবিওৱা। ১৫ যিবিলাক অপুনি শুচি, সিবিলাকলৈ সকলে! শুচি; কিন্তু যিবিলাক অপুনি অশুচি আৰু অবিশ্বাসী, সিহঁতলৈ একো শুচি নহয়, কিয়নো সিহঁতৰ মন আৰু দোষাদোষ জ্ঞানেই অশুদ্ধ। ১৬ ঈশ্বৰক জাৰ্নে, ইয়াকে সিহঁতে স্বীকাৰ কৰে, কিন্তু কৰ্মত তেওঁক অশৈ কৰে, অ িঘিনাব লগা অৰুি অজ্ঞাৰ অবশ হৈ সকলো শজ কৰ্মত হলে ভুষ্ট হয়। ২. অধ্যায়। হয়, ৩ কিন্তু তুমি হিত উপদেশৰ উচিত কথা কোৱা। ২ বৃদ্ধ লোকবিলাকে যেন চেতনা, গধুৰ, আৰু পৰিমিত ভোগী হৈ, বিশ্বাস, প্ৰেম, আৰু ধৌত থিৰ বুড়ী তিৰী লোকেও ধৰ্মৰ উচিত আচৰণ কৰি, মিছা অপবাদী, বা সহ পান আসক্তি নহৈ শজ কথা শিকোৱা যেন হয়; ৪ বিশেষকৈ ঈশ্বৰৰ বাক্য অনিন্দিত হবৰ নিমিত্তে সিবিলাকে যেন ডেকা তিৰোতা- বিলাকক চেতনা হৈ আপোনাৰ স্বামী আৰু লৰবিলাকক প্ৰীতি কৰি, সতৰ্ক, শুচি, ঘৰ ৰাখোতা, উত্তম, আৰু আপোন আপোন স্বামীৰ বশবৰ্তী হবলৈ শিকাই, এনে উপদেশ দিয়া। ৬ আৰু ডেকা মানুহকো চেতন। হবলৈ বিনয় কৰা। ৭ সকলো কথাত আপোনাক শজ কৰ্মৰ আহি উপ- দেশত নিদুষী, গধুৰ, অকপট, আৰু অনিন্দীত হিত বাক্য কোৱা দেখবা; ৮ তীতে যি কোনো বিপৰীত ফল হয়, সি আমাৰ অৰ্থে একে দোষৰ কথা বুলিব নোৱৰাত লজি পোৱা হব। ১ আৰু বন্দী লোক আপেনি গৰা- কীৰ বশ হৈ সকলোতে সিবিলাকক সন্তোষ যেন কৰাই, আৰু উত্তৰ নিদি, চুৰ নকৰি, আপোনাকে ভাল বিশ্বাসী যেন দেখাই, সিহঁতক এনে শিক্ষা দিয়া; ১০ তাতে সিহঁতে সকলো কথাত অমাৰ ত্ৰাণকৰ্ত্ত। ঈশ্বৰৰ উপদেশ ভূষিত কৰিব। ১১ ঈশ্বৰৰ পৰিত্ৰাণ দিওঁতা যি অনুগ্ৰহ সকলো মানুহৰ অগিত প্ৰকাশ হৈ আহিছে, ১২ তাৰ দ্বাৰাই আমি যেন অধৰ্ম আৰু সংসাৰিক অভিলাষ পবিত্যাগ কৰি, এই বৰ্ত্তমান জগতৰ সচেতন আৰু পৰমাৰ্থিক আৰু ঈশ্বৰৰ সেৱক হৈ কাল নিয়াওঁ, ১৩ আৰু আনন্দ পাবৰ আশাৰে অমাৰ মহান ঈশ্বৰ ত্ৰাণকৰ্ত্ত। যীশু খ্ৰীষ্ট তেজশ্মী ৰূপে প্ৰকাশ হৈ অহালৈকে যেন অপেক্ষা কৰি থাকো, এনে শিক্ষা পালে॥ আমাক সকলো পাপৰ পৰা মুকুত কৰিবলৈ, আৰু শজ কৰ্মত উদ্যোগী আপোনাৰ এক বিশেষ লোক সমূহ পবিত্ৰ কৰিবলৈ, অমাৰ নিমিত্তে অপোনাৰ প্ৰাণ দিলে। ১৫ এই কথাবিলাক কৈ সম্পূৰ্ণ ক্ষমতাৰে উপ- দেশ দিয়া আৰু হকিওৱা; তোমাক হেয় কৰিবলৈ কাকো নিদিব॥