পৃষ্ঠা:New Testament in Assamese.djvu/৩৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

byl তিমথিলৈ দ্বিতীয় পত্ৰ। কৰিবলৈ যুগত হৈ আছে। ময় উত্তম যুদ্ধ কৰিলোঁ, মোৰ যাত্ৰা কৰি এটালে, বিশ্বাস ৰাখিলোঁ; ৮ এতিয়াৰ পৰা মোৰ নিমিত্তে পূণ্যৰ কিৰিটি ৰাখি থোৱা হৈছে, শোধৰ দিনত পুণ্যৱন্ত বিচাৰ কৰ্ত। প্ৰভুএ তকি মোক দিব, কেৱল মেেিক নহয়, যিমান লোকে তেওঁ অহালৈকে বাট চাই আছে, সেই সকলোকে দিব। ৯ মোৰ ইয়ালৈ সোণকালে আহিবলৈ যতন কৰা; ১০ কিয়নো দীমাই এই বৰ্ত্তমান সংসাৰ প্ৰীতি কৰি মোক এৰি থেচলনীকালৈ গল; ক্ৰিস্কি গলতীয়ালৈ, আৰু তীত দলিমাতিয়ালৈ গৈছে। ১১ অকল লুকহে মেৰি লগত আছে। তোমাৰ লগত মাকক আনিবা, কিয়নো মোৰ সেৱাৰ কৰ্ম্মত তেওঁ মোৰ উপকাৰী। ১২ তুখিকক এফেচলৈ পাচিলোঁ। ত্ৰে ৱা নগ- ৰত ময় যি বৰ চোলা কাৰ্পৰ হাতত এৰিলো, তুমি আহেঁতে তীক অৰুি পুথিবোৰ, বিশেষকৈ চলিৰ পুথি তোমাৰ লগত লৈ আহিবা। ১৪ চিকন্দৰ কঁহাৰে মোক অনেক অহিত কৰিলে; প্ৰভু তাৰ কৰ্মৰ উচিত ফল দিব। ১৫ তালৈ তুমিও সাৱধীন হোৱা; কিয়নো সি অমৰি কথাত অতি বিৰোধ কৰিলে। ১৬ ময় প্ৰথমতে উত্তৰ দিয়া কালত কোনো মোৰ ফালে নেথাকিল, সকলো এৰিলে; সিবিলাকৰ অহিতে সেই কৰ্ম লিখা নহওক। ১৭ কিন্তু মোৰ দ্বাৰাই শুভত্তিাৰ কীৰ্ত্তন সম্পূৰ্ণ ৰূপে যেন প্ৰকাশ হয়, আৰু সকলো বিদেশী লোকে যেন তাক শুনিবলৈ পাই, এই নিমিত্তে প্ৰভুএ মোৰ ওচৰত থিতি হৈ মোক শক্তিমন্ত কৰিলে, তাতে ময় সিংহৰ মুখৰ পৰা মুক্তি পালে॥ ১৮ আৰু প্ৰভুএ মেকি সকলে। কুকৰ্মৰ পৰা মুক্তি কৰি আপোনাৰ স্বৰ্গ ৰাজ্যলৈ ৰক্ষা কৰিব; তেওঁৰ মহিমা সদাসদায় প্ৰকাশ হওক। আমেন। ১৯ প্ৰিস্কিল। আৰু আকুলা আৰু অনিচিফৰ পৰিয়ালক নমস্কাৰ কৰা। ২৩ এৰাস্ত কৰি নগৰত থাকিল, আৰু এফিমব নৰিয়া হোৱাত তেওঁক মি- লিত নগৰত থৈ আহিলোঁ। তুমি জৰিকালিৰ আগৈয়ে ইয়ালৈ অ- হিবলৈ যতম কৰা। উবুল আৰু পুদি, লীন, ক্লৌদিয়াই, আৰু সকলো ভাই- বিলাকেও তোমাক নমস্কাৰ কৰিছে। ২২ প্ৰভু যীশু খ্ৰীষ্টে তোমাৰ আত্মাৰ সঙ্গী হওক। তোমোলাকৰ লগত অনুগ্ৰহ থাকোক। [আমেন।] 9