পৃষ্ঠা:New Testament in Assamese.djvu/৩৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১ অধ্যায়। ৩৩৫ so মোৰ যি প্ৰয়োজন, তাক মাকেদনিয়াৰ পৰা অহা ভাইবিলাকে দিলে; আৰু তোমোলকিক ভাৰ নিদিয়াকৈ ময় সকলো ভাবে আপোনাকে ৰাখি- লো, আৰু এই ৰূপে ৰাখিমো। খ্ৰীষ্টৰ সত্য যদি মেতি থাকে, তেন্তে অখিয়া দেশ খনতে মোৰ এই প্ৰশংসা কথা কেৱে বাধা নকৰিব। ১১ কিহৰ নিমিত্তে? তোমোলাকলৈ মোৰ প্ৰেম নোহোৱা হেতুকে হয় নে? ঈশ্বৰে জানে। ১২ কিন্তু যিবিলাকে ছল বিচাৰে, সিবিলাকৰ ছল যেন নিবাৰণ কৰিম, এই নিমিত্তে যিহকে কৰিছো, তাকে কৰিম; তাতে সিবি- লাকে যি কথাত আপোনাকে প্ৰশংসা কৰে, সেই কথাত সিবিলাকক অমাৰ নিচিনা পোৱা যাব। এনেকুৱা লোকে ভাৰি কোৱা পাচনি আৰু ভাও- না কৰাবোৰ হৈ, খ্ৰীষ্টৰ পাঁচনিবিলাকৰ নিচিনা বেশ ধৰে। ১৪ এই কথা অশ্চৰিত নহয়; কিয়নো ছয়তনে আপুনি দীপ্তিমন্ত দূতৰ ৰূপ ধৰে। ১৫ এতেকে তাৰ সেৱকবোৰেও ধৰ্মৰ সেৱকবিলাকৰ ৰূপ ধৰা বৰ অৰ্চি- ৰিত কথা নহয়; কিন্তু আপোনি আপোন কৰ্মৰ দৰে সিহঁতৰ শেষ হব। ১৬ ময় অকিও কৈছে, ইয়াতে কোনোএ মোক অজ্ঞানী নেভাবোক; কিন্তু যদি মোক অজ্ঞানী মানে, তেও অজ্ঞানীৰ নিচিনাকৈ গহণ কৰোক, তাতে মই আপোনাকে কিছু প্ৰশংসা কৰিব পাৰে। ১৭ সাহেৰে অ- পোনাৰ যি প্ৰশংসা কথা কৈছো, ইয়াক ঈশ্বৰৰ দৰে নহয়, অজ্ঞানৰ দৰেহে কৈছো। ১৮ অনেকে সংসাৰৰ কথাত প্ৰশংসা কৰা হেতুকে ময়ো প্ৰশংসা কৰিম। ১৯ তোমোলকি অপুনি জ্ঞানৱন্ত হোৱা দেখি, সন্তোষ মনেৰেহে অজ্ঞানীবোৰক সহন কৰাহঁক। ২০ কোনোএ যদি তোমোলাকক বন্দী কৰি ৰাখে, বা তোমোলাকৰ বস্তু লোৰে, বা কাহি লয়, বা আপো- নাকে আপুনি বৰ কৰি মানে, বা তোমোলাকৰ গালত চব মাৰে, এই সক- লোকে সহন কৰাহঁক। ২১ আমি দুৰ্ব্বলী যেন হৈছোঁ, এই অপমানৰ নিমিত্তে ময় ইয়াকে কৈছে; তথাপি যি কোনো কথাত অনি মানুহে সা- হিয়াল হয়, তাতে ময়ো সাহিয়াল, ইয়াক অজ্ঞান ৰূপেৰে কৈছে। ২২ সিবি- লাক ইব্ৰী লোক হয় নে? ময়ো হওঁ। সিবিলাক ইস্ৰায়েলী হয় নে? ময়ো হওঁ। সিবিলাক আব্ৰাহামৰ বঙ্গহ হয় নে? ময়ে হওঁ। ২৩ সিবিলাক খ্ৰীষ্টৰ সেৱক হয় নে? অজ্ঞানৰ দৰে কৈছে, সিবিলাকতকৈয়ো ময় অধিক; অনেক পৰিশ্ৰমত; অপৰিমাণ ৰূপে কোব খোৱাত; অনেক বাৰ বন্দী শলিত; অনেক বাৰ প্ৰণিৰ সঙ্কটত পৰীত দুঃখ পোৱা হলে॥ ২৪ য়িহুদি- বিলাকৰ হাতেৰে পঁাচ বাৰ এক কম দুকুৰিকৈ কোব পালোঁ; ২৫ তিনি বৰি আচাৰিৰে মৰা হলো; এবাৰ শিলেৰে খুন্দা হলো; তিনি বাৰ জা- হাজ ভগৰি দুঃখ পালোঁ; অগাধ জলত এদিন এৰাতি থাকিলোঁ। ৰূপে অনেক অনেক বাৰ যাত্ৰা কৰাত, নদীৰ সঙ্কটত, ডকাইতৰ সঙ্কটত, আপোন দেশী আৰু বিদেশী লোকৰ সঙ্কট, নগৰৰ সঙ্কটত, হাবিৰ