পৃষ্ঠা:New Testament in Assamese.djvu/৩০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৯৮ কৰিীলৈ প্ৰথম পত্ৰ। হয়। 23 স্থগি ভাগ হৈ আছে নে? বা পৌল তোমোলাকৰ নিমিত্ত পেবেঙ্গপিত মৰিল নে? নাইবা পৌলৰ নামেৰে তোমোলকি বুৰ দিওৱা হৈছিল। নে? ১৪ মই ক্ৰিসপ অৰুি গাই, এই দুইত বাঝে তোমোলাকৰ মাঝত অন কাকো , বুৰ দিওৱা নাই, এই নিমিত্তে ঈশ্বৰক স্তুতি কৰিছোঁ; ১৫ ইয়া- তে মই আপোনাৰ নামেৰে বুৰ দিয়াইছে, এই কথা কোনেও বুলিব নোৱাৰে। ১৬ আৰু যিফানৰ পৰীয়ালকে। বুৰ দিয়ালে, তাত বাঝে অনি কোনোক যে বুৰ দিয়ালে, এই কথা মনত নপৰ। ১৭ অৰুি খ্ৰীষ্টে মোক বুৰ দিয়াবলৈ নেপাঁচি, শুভ বাৰ্ত। কীত্তন কৰিবলৈ পাঁচিলে , কিন্তু বাকচতুৰেৰে কীৰ্ত্তন কৰিবলৈ পঁচা নাই, যেন খ্ৰীষ্টৰ পে- বেঙ্গণী বিফল নহয়। ১৮ কিনে। সেই পেৰেণিৰ কথা বিনাশৰ পাত্ৰ- বিলাকলৈ অ জ্ঞান, কিন্তু পৰিত্ৰাণৰ পাত্ৰ যি তামি, আমালৈ ঈশ্বৰৰ শক্তি ১১ এনে লিখাও আছে, মই ডানীবিলাকৰ জ্ঞান নষ্ট কৰিম, তাৰু বুদ্ধিয়কৰ বুদ্ধি বিফল কৰিম। ২০ জ্ঞানী কত পণ্ডিত বা কত? এই জগ- হৰ বাদ বিচাৰ কৰোঁতা কত? জগতৰ জ্ঞানক ঈশ্বৰে অজ্ঞান কৰা নাই নে। ঈশ্বৰৰ বিবেচনাত জগতৰ লোকে তপোনাৰ জ্ঞানেৰে ঈশ্বৰক নজনাত, শুভ বাৰ্ত্তৰ অজ্ঞান কীত্তনৰ দ্বাৰাই বিশ্বাস বিলাকক পৰিত্ৰাণ কৰিবলৈ ঈশ্বৰৰ সন্মত অছিল। ২২ য়িহুদি বিলাকে চিন খোজে, অৰুি গ্ৰীকবিলাকে বিদ্যা বিচাৰে; ২৩ কিন্তু যি খুষ্ট য়িহুদিবিকিলৈ বিঘিনি, গ্ৰীকবিলাক লৈ অজ্ঞান হলেও, ২৪ য়িহুদি হওক, বা গ্ৰীক হওক, আমন্ত্ৰণ হোৱাবিলা- কলৈ ঈশ্বৰৰ শক্তি আৰু ঈশ্বৰৰ জ্ঞান হৈছে, সেই পেৰেঙ্গণিত মৰা খ্ৰীঃ আমি কীৰ্তন কৰে॥ ২৫ ঈশ্বৰৰ অজ্ঞানেই মানুহতকৈ নিৰন্ত, অৰুি ঈশ্ব- বৰ দুৰ্ব্বলেই মানুহতকৈ বলী। ২৬ হে ভাইবিলাক, তোমোল কে পোনৰ অমন্ত্ৰণক দেখিছ; সং- সা ৰক মতৰ জ্ঞানী, শক্তিমন্ত, ভদু লোক, এইবিলাকৰ মাঝত আমন্ত্ৰণ হোৱা অনেক নাই। ২৭ কিন্তু ঈশ্বৰে জ্ঞানৱন্তক কাজ দিবৰ নিমিত্তে জগতৰ অনীক মনোনীত কৰিলে; বলৱন্ত লোককে লাজ দিৰে নি- মিতে জগতৰ নিৰ্ক লীক মনোনীত কৰি-ল; ২৮ আৰু কোনো প্ৰাণী ঈশ্বৰৰ তগত আপোনাক যেন পশংসা নকৰে, ২১ এই নিমিত্তে ঈশ্বৰে বন্ত মানবিলাকক নাশ কৰিবলৈ জগতৰ হীন লোকক, হেলা হোৱাবে ক, আৰু নোহোৱাবিলাককে মনোনীত কৰিলে। ৩০ কিন্তু যি জন অনাৰ নিমিত্তে ঈশ্বৰৰ দ্বাৰাই জ্ঞান আৰু পু, পবিত্ৰ ভাও আৰু মুক্তি হৈছে, ঈশ্বৰৰ অনুগ্ৰহেৰে তোমোলকি সেই য়ী খীষ্টত আছি। হেতুকে যেনেকৈ লিখা আছে, সেই ৰূপে যি জনে প্ৰশংসা কৰে, সি পুভূৰ কথাত প্ৰশংসা কবোক।