পৃষ্ঠা:New Testament in Assamese.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মাথি। লে, আৰু ডি প্ৰিয় জনত মোৰ মন সন্তুষ্ট হৈচে, তেঁওক দেখা; ১৮ তেঁওৰ ওপৰত মোৰ অত্মিা থম, আৰু তেঁও বিদেসি লোকলৈ ৰাজ আগ্য। দেখাব। ১৯ তেঁও দন্দ নকৰিব, এটাহ নেপাৰিব; অলি বটত কোনেও তেঁওৰ মতি নুসুনিব। ২০ তেঁও আপোনাৰ অগ্যিা জই নকৰাই মানলৈকে চেপেটা নলো নেভাঙ্গি, দুআ লগা সলকিনিও নুনুমাব। ২১ আৰু তেঁওৰ নামত বিদেসি লোকে ভাৰসা কৰিব। ২২ পাচে ভুতে পোআ, কনা আৰু আঁকা, এনে এটা মানুহক লোকবি- লকে তেঁওৰ ওচৰলৈ অনিলে, আৰু তেঁও তাক স্বস্থ কৰাত সেই কনা আঁ- কৰাই দেখিব আৰু কথা কব পাৰিলে। ২৩ তাতে সকলো মানুহে বিস্মই মানি কলে, এও দাৱিদৰ সন্তান নে: ২৪ কিন্তু ফি ৰুচিবোৰে তাকে সুনি বলিলে, ভুতৰ ৰজা বেজিবুব সহাই নোহোআকৈ এই মানুহে ভুতক নে- খেদাই। ২৫ তেতিয়া য়িচু এ সিহঁতৰ ভাবনা বুজি সিহঁতত কলে, জি কোনো ৰাজ্য আপোনাৰ বিৰোধে বেলেগ হই, সেই ৰাজ্য উচন হই; আৰু জি নগৰ বা ঘৰ আপোনাৰ বিৰোধে বেলেগ হই, লিও ৰবনে অৰে। ২৮ আৰু চইতানেও জদি চইতানক খেদাই, তেন্তে সি আপোনাৰ বিৰোধে বেলেগ হই; তাতে তাৰ ৰাজ্য কেনেকৈ ৰব? ২৭ অৰু মই জদি বেল জি- বুবৰ দোঅৰিাই তক খেদাও, তেন্তে তোমোলাকৰ সন্তানবোৰে কৰি দো- আৰাই ভূতক খেদাই? এই হেতুকে সিবিলাক তোমোলাকৰ সোধাৰু হব। ২৮ কিন্তু মই জনি ইস্বৰৰ অত্মিীৰে ভুতক খেদাও, তেন্তে ইৰৰ ৰাজ্যে অৱস্যে তোমোলকিক পালেহি। ২৯ আৰু কোনোএ বলৱন্ত মানুহৰ ঘৰত সোমালে তাক প্ৰথমে নবন্ধাকৈ কেনেকৈ সি তাৰ বস্তু লুৰিব পাৰে? (কিন্তু তাক বান্ধিলে) পাচে তাৰ ঘৰ লুৰিব। ৩০ জি কোনো মোৰ লগৰ নহই, সি মোৰ বিৰোধ; আৰু জি কোনোএ মোৰে সৈতে নচপাই, সি সিঁচি পেলাই। ৩১ এই হেতুকে মই তোমোলকিত কৈচো, মানুহবিলাকৰ সকলো বিধ পপি অৰু নিন্দা সিহঁতলৈ খেমা হব; কিন্তু পবিত্ৰ আত্মাৰ বিৰোধে জি নিন্দা, তাক খে মা কৰা নহব। ৩২ আৰু জি কোনো মানুহৰ পুত্ৰৰ বি- বোধে কথা কই, তাক তালৈ খেমা কৰা হব; কিন্তু জি কোনোএ পবিত্ৰ আত্মাৰ বিৰোধে কথা কই, এই জগতত বা পাচৰ জগততে কেতিয়াও তীক ৩৩ গচকে ভাল বোলা, তেহে তাৰ গুটি ভাল হব; নাইবা গচকে বেয়া বেলি, তেহে তাৰ গুটিও বেয়া হব; কিয়নো গুটিৰ পৰাই গচে। জন। জাই। ৩৪ হেৰৈ কলি সৰ্পৰ সঁচ! তহঁত বেয়া হৈ কেনেকৈ ভাল কথা কব পাৰি। কিয়নো মনৰ অধিক ভাবনাৰ পৰা মুখে কথা কই। ৩৫ ভাল মানুহে ভাল ভঁৰালৰ পৰা ভাল দুব্য উলিয়াই, আৰু বেয়া মানুহে বেয়া ভৰা- - খেমা কৰা নহব।