পৃষ্ঠা:New Testament in Assamese.djvu/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাঁচনিৰ কৰম। নৰিয়াবেৰিক দোলাতে খাটতে তুলি বটে বাটে থলেনি। ১৬ তকি চা- ৰিও ফালে থকা নগৰৰ পৰা বহু মানুহে নৰিয়াবোৰ আৰু অশুচি ভূতে ধৰাবোৰকো লগত লৈ য়িৰুছালমলৈ আহিলত, সেই সকলোকে সুস্থ কৰা হল। লত থলে। ১৭ পাছে বৰ পোৰোহিত অৰু তেওঁৰ লগৰ চিকিৰ পথৰ মানুহ সক- লে। বৰ খঙ্গেৰে উঠি, ১৮ পঁাচনিবিলাকক ধৰি সামান্য লোকৰ বন্দীশা- ১৯ কিন্তু ৰাতি হলত প্ৰভুৰ দূতে বন্দীশালৰ দুৱাৰ মেলি সি- বিলাকক বাহিৰলৈ আনি কলে, ২০ তোমোলাকে গৈ মন্দিৰত থিয় হৈ, এই পৰম অৰুষৰ সকলো কথা মানুহবিলাকৰ অগিত কোৱাগৈ। ২। ইয়া- কে শুনি সিবিলকে ৰাতি পুয়াতে মন্দিৰত সোমাই উপদেশ দি আছিল। তেতিয়া বৰ পোৰোহিতে লগৰ মানুহে সৈতে অহি, মেলুয়াইবিলাকক অৰু ইসএল বঙ্গহৰ সকলো বৃদ্ধ লোকক মাতি অনি, বন্দীশালৰ পৰা সিবি- লাকক অনিবলৈ পঠালে। ২২ তাতে টেকেল। গৈ বন্দীশলিত সিবিলাকক নেপাই, উভতি আহি বাত্ত1 দিলে, ২৩ বোলে, অমি বন্দীশালৰ দুৱাৰ একো বিঘিনি নোহোৱাকৈ বন্ধ, অৰুি ৰখীয়াবিলকিকো দুৱাৰ মুখত থিয় হৈ থকা স্বৰূপে দেখিলো, কিন্তু দুৱৰি মেলি ভিতৰত কাকো নেপালে। ২৪ এই কথা শুনি বৰ পেৰোহিত আৰু মন্দিৰ সেনাপতি আৰু প্ৰধান পোৰো- হিতবিলাকে ইয়াৰ পৰা বা আৰু কি হয়, ইয়াকে ভাবি সংশয় কৰোতেই, ২৫ অন এজনে অহি এই বাত্ত। কলে, দেখ, তোমোলাকে যিবোৰ মনু- হক বন্দীশালত থৈছিল, সেইবিলাকে মন্দিৰত থিয় হৈ লোকবিলাকক উপ- দেশ দিছে। ২৬ তেতিয়া মন্দিৰৰ সেনাপতি টেকেলাবোৰক লগত লৈ তালৈ গৈ, মানুহবিলাকে কি জানি আমাক শিল পেলাই মাৰে, এই ভয়েৰে সিবিলাকক জোটা পুটি নকৰাকৈ আনিলে। ২৭ পাছে মেলৰ আগত সি- বিলাকক আনি গুলত, বৰ পেৰোহিতে সিবিলাকত সুধিলে, ২৮ এই না- মেৰে উপদেশ নিদিবলৈ আমি তোমোলাকক শকত অজ্ঞা নিদিছিলো? তেও দেখা, তোমোলাকৰ সেই উপদেশেৰে য়িৰুছলিম পূৰ কৰি, সেই মা- নুহৰ তেজ উলিওৱাৰ দোষ অমাৰ ওপৰত দিবলৈহে মন কৰিছাহঁক। ২৯ তাতে পিতৰ আৰু আন পচিনিবিলাকে উত্তৰ কৰিলে, মানুহতকৈ আমি ঈশ্বৰৰ অজ্ঞা মনা উচিত। ৩০ যি যীশুক তোমোলাকে কাঠত বান্ধি মাৰিলা, তেওঁক অমাৰ ওপৰ পিতৃবিলাকৰ ঈশ্বৰে তুলি, ৩১ ইলিৰ বঙ্গহবিলাকৰ মন পলিটোৱাবলৈ আৰু পাপ ক্ষমা কৰিবলৈ ৰজা আৰু ত্ৰাণ কত্ত। পাতি, আপোনাৰ সোঁ হাতে তেওঁৰ ঐশ্বৰ্য কৰালে। ৩২ তেওঁৰ নিমিত্তে এই কথাৰ আমি সাক্ষী আছে, আৰু ঈশ্বৰৰ অজ্ঞা মনাৰিলকিক যি পবিত্ৰ আত্মা দিছে, তেৱে 1 সাক্ষী হৈছে। ৩৩ এই কথা শুনি সিহঁতৰ হৃদয় বিদৰ হলত, সিবিলাকক বধ কৰিবলৈ