পৃষ্ঠা:New Testament in Assamese.djvu/২২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১৮ পাঁচনিৰ কম। কো হকি দিলে। ১১ তাতে পিতৰে আৰু য়োহানে উত্তৰ কৰিলে, ঈশ্বৰৰ অতিকৈ তোমোলাকৰ অজ্ঞ। বৰকৈ মানিবলৈ ঈশ্বৰৰ অগিত উচিত হয় নে নহয়, ইয়াকে তোমোলাকে বুঝি চোৱা। ২৩ কিয়নো আমি যিহকে দেখিছো শুনিছে, তাকে নকৈ থাকিব নোৱাৰে।। ২১ আৰু যি কৰা হল, তাকে দেখি, সকলে। লোকে ঈশ্বৰক স্তুতি কৰিলে; সেই নিমিত্তে মানুহ- বিলাকৰ কাৰণে সিবিলাকক শাস্তি কৰিবলৈ, একো উপায় নোপোৱাত, অকও ভয় দেখাই এৰি দিলে। ২২ যি মানুহক এই স্ব কৰা অশ্চৰিত কম কৰিলে, সেই মানুহৰ বয়স কৃৰিতকৈ অধিক হৈছিল। | ২৩ সিবিলাকক পঁচি দিলত, আপোনাৰ লগৰ শিষ্যৰ ওচৰলৈ গৈ, প্ৰধান পোৰোহিতবিলকি আৰু বৃদ্ধ লোকে সিবিলাকত যি যি কথা কৈ, ছিল, সেই আটাইকে কলেগৈ। ২৪ তাকে শুনি সকলোএ একে মন হৈ ইশ্বৰলৈ মত তুলি এই প্ৰাৰ্থনা কৰিলে, হে প্ৰভু, স্বৰ্গ, পৃথিবী, সাগৰ, আৰু এইবিলাকৰ মাঝাত যি যি আছে, সেই সকলোকে সুজন কৰা ঈশ্বৰ তুমি। ২৫ তুমি আপোনাৰ সেৱক দাৰিদৰ মুখে এই কথা কোৱাইছিল, বিদেশী লোকে কিয় খঙ্গ বগি কৰে, মানুহবোৰে কিয় অনৰ্থক কথা ভাবে? ২৬ প্ৰভু আৰু তেওঁৰ খীষ্টৰ অহিতে পৃথিবীৰ ৰজাবিলাক উঠে, অধি- কৰিবিলাকে গোট খাই কিয়? ২৭ তোমাৰ হাতেৰে আৰু আলচেৰে যি যি আগৈএ থিৰ কৰা গৈছিল, ২৮ স্বৰূপেই তাক সিন্ধি কৰিবৰ নিমিত্তে, যি জনক তুমি অভিষেক কৰিলা, তোমাৰ সেই পবিত্ৰ পুত্ৰ যীশুৰ বিৰোন্ধে এই নগৰত হেৰোদে আৰু পন্তিয় পিলাতে বিদেশী লোক আৰু ইএলৰ মানুহবিলাকে সৈতে মেল কৰা হল। ২৯ হে প্ৰভু, এতিয়া সিবিলাকৰ ডাবি শুনা, অৰুি স্বস্থ কৰিবলৈ আপোনাৰ বাহু বল দেখাই, তোমাৰ সেৱকবিলা- কক ভয় নোহোৱাকৈ তোমাৰ কথা কবলৈ, ৩০ আৰু তোমাৰ পবিত্ৰ পুত্ৰ যীশুৰ নামেৰে চিন আৰু বিস্ময় কৰম কৰিবলৈকো দিয়া। ৩১ এনেকৈ প্ৰাৰ্থনা কৰিত যি ঠাইত সিবিলাকে গোট খাই আছিল, সেই ঠাই কঁপি- বলৈ ধৰিলে, আৰু সকলোএ পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ ইশ্বৰৰ কথা সাহেৰে কলে। ৩২ আৰু বিশ্বাস কৰা মানুহ সকলো একে চিত্ত একে মন হৈ থাকিল। সিবিলাকৰ কোনেও আপোনাৰ ধন বস্তু অমাৰ বুলি নকলে, কিন্তু সিবি- লাকৰ আটাই বস্তু সকলো এ সমানে ৰাখিলে। ৩৩ আৰু পাঁচনিবিলাকে বৰ মহাত্মাৰে প্ৰভু যীশুৰ উঠানৰ প্ৰমাণ দিলে, অৰু সকলোৰে ওপৰত বৰ অনুগ্ৰহ হল। ৩৪ আৰু সিবিলাকৰ মাঝত কোনো দুখীয়া নহল, কি- যনো যিযিবিলাক ঘৰৰ বা মাটীৰ গৰাকী আছিলে, সিবিলাকে তাক বেচি ধন অনি পাঁচনিবিলাকৰ চৰণত থলেহি; ৩৫ পাছে যাক যেনেকৈ লাগিল, সকলোকে তেনেকৈ বাটি দিলে। ৩১ আৰু লেৱি বঙ্গহৰ য়োচি নামেৰে