পৃষ্ঠা:New Testament in Assamese.djvu/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

য়োহান। আত্মই সকলো কথা শিকাই দি মই কোৱা অটাইকে তোমোলাকক সোৱৰাব । ২৭ মই তোমোলাকলৈ কুশল এৰি যাও, মোৰ কুশল তোমো- লাকক দিওঁ; জগতৰ লোকে যেনেকৈ দিএ, মই তেনেকৈ নিদিওঁ । তো- মোলাকৰ মনত দুংখ নেপওিক, অৰুি ভয়ো নহওক; ২৮ মই গৈ অকিও তোমোলাকলৈ আহিম, মই কোৱ। এই কথা তোমোলাকে শুনি আছি।। মোত প্ৰীতি কৰা হলে, তেন্তে পিতৃৰ ওচৰলৈ যাওঁ, মােৰ এই কথাতে তো- মোলাকৰ অনিন্দ হলহেঁতেন ; কিয়নো মোৰ পিতৃ মোতকৈ বৰ । এইবিলাক হবৰ কালত তোমোলাকে যেন বিশ্বাস কৰা, এই নিমিত্তে ঘটি- বৰ অগৈএ মই তোমোলকিত কলো । ইয়াৰ পাছলৈ তোমোলাকে সৈতে মই অনেক কথা নহওঁ; কিয়নো জগতৰ অধিকাৰ আহিছে তাৰু সি মোত একো নেপাই । তীতে মই পিতৃক প্রেম কৰে। আৰু পিতৃ এ মোক অজ্ঞ। দিয়াৰ দৰে কৰম কৰে, ইয়াক জগতৰ লোকে জানিব ১ উঠা, ইয়াৰ পৰা যাওঁক। ২১ তাকি ১৫ অধ্যায়। 2 মই স্বৰূপ পনিয়ালৰ লতা; মোৰ পিতৃ খেতিয়ক । ২ মোৰ যি যি ডালত গুটি নধৰে, তাক তেওঁ কাতি পেলাই ; আৰু যি যি ডলিত গুটি ধৰে, সেই- বোৰত অৰু গুটি ধৰিবলৈ নির্মল কৰি আঁওতাই দিএ। এতিয়া মই কোৱা কথাৰেই তোমোলাক নির্মল হৈছা । তোমোলাকে মোত থাকিবা, ময়ে তোমোলাকত থাকিম। লতা পনিয়ালৰ গাত লাগি নেথাকিলে, তাৰ, ডালবোৰে যেনেকৈ আপোনা আপুনি গুটি ধৰিব নোৱাৰে, তেনেকৈ তে- মোলাকো মোত নেথাকিলে ফলৱন্ত হব নোৱাৰা । ময়েই পনিয়ালৰ লত, তোমোলকি ডাল ; যি জন মেত থাকে, আৰু ময়ো যা থাকে, সি বহু ফল- ৱন্ত হয়; মোৰ বাহিৰে তোমোলাকে একো কৰিব নোৱাৰা । নোএ মোত নেথাকে, তাক ডালৰ দৰে বাহিৰলৈ পেলোৱা হৈ শুকাই যাই ; পাছে মানুহে সেই শুকান ডালবোৰ চপাই জুইত পোৰে। ৭ তোমোলাকে মেতি যদি থাকা, অৰুি মোৰ কথাও যদি তোমােলাকত থাকে, তেন্তে যি- হকে ইচ্ছা কৰি খুজিব, তােমোলকিক তাকে দিয়া হব। ৮ তোমোলকি বহু ফলৱন্ত হলে, তাৰে মোৰ পিতৃৰ মহিমা প্রকাশ হব; তোমোলাকে। তাৰেই মােৰ শিষ্য হব। ৯ পিতৃ এ যেনেকৈ মেকি প্রীতি কৰে, ময়ো তোমােলকিক তেনেকৈ প্ৰীতি কৰে; তোমোলাকে মোৰ প্ৰীতিতে থাকা। ১০ যদি মোৰ আজ্ঞা পালন কৰ, তেন্তে মই যেনেকৈ পিতৃৰ আজ্ঞা পালন কৰি তেওঁৰ প্ৰেমত থাকে, তোমোলাকো তেনেকৈ মোৰ প্রেমতে থাকিব। ১১ মই দিয়া অানন্দ তোমোলাকৰ হৃদয়ত যেন থাকে, ক