পৃষ্ঠা:New Testament in Assamese.djvu/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪ অধ্যায়। ১৯৫ ৩। ১৪ তো- তুমি বিশ্বাস নকৰা নে? মই যি যি কথা তোমোলকিত কওঁ, সেইবোৰক আপোনাৰ পৰা নকওঁ; যি জনে মোত থাকে, সেই পিতৃহে কবি- লকি কৰে। ১১ মই যে পিতৃত আছে, আৰু পিতৃ যে মোত আছে, মোৰ এই কথাতে বিশ্বাস কৰা; নাইবা কৰমৰ নিমিত্তেই বিশ্বাস কৰা। ১২ মই তোমোলাকিত অতি স্বৰূপকৈ কৈছে, যি জনে মোত বিশ্বাস কৰে, সি মোৰ দৰেই কম কৰিব, আৰু তাতকৈয়ো বৰ কৰম কৰিব; কিয়নো মই পিতৃৰ ওচৰলৈ যাওঁ। ১৩ আৰু পুত্ৰৰ দ্বাৰাই যেন পিতৃৰ মহিমা প্ৰকাশ হয়, এই নিমিত্তে মোৰ নামেৰে যিহকে খুজিবা, মই তাকে সিন্ধি কৰিম। মোলাকে মোৰ নামেৰে যি কোনো প্ৰাৰ্থনা কৰিবা, তাকে মই সিন্ধি কৰিম। ১৫ তোমোলাকে যদি মোত প্ৰীতি কৰা, তেন্তে মোৰ অজ্ঞা পালন কৰা। ১৬ আৰু মই পিতৃৰ আগত প্ৰাৰ্থনা কৰিম, তাতে তোমোলাকে সৈতে সদায় থাকিবলৈ তেওঁ আন এজন সান্তনা কৰোতা, অৰ্থাত সত্য আত্মিক তোমোলাকলৈ পাঁচি দিব। ১৭ জগতৰ লোকে তেওঁক গ্ৰহণ কৰিব নোৱা- ৰে, কিয়নো সিবিলাকে তেওঁক নেদেখে, আৰু নেজানেও; কিন্তু তোমো- লকে তেওঁক জানা, কিয়নো তেওঁ তোমোলাকে সৈতে নিবাস কৰিব, আৰু তোমোলাকৰ হৃদয়তো থাকিব। ১৮ মই তোমোলাকক অনাথকৈ এৰি নেও; আকও তোমোলাকৰ ওচৰলৈ আহিম। ১৯ অৰু অলপ দি- নৰ পাছত জগতৰ লোকে মোক অকিও দেখিবলৈ নেপাই, কিন্তু তো- মোলাকেহে দেখা পাবা; মই অপুনি জীও, এই নিমিত্তে তোমোলাকে। জীয়াই থাকিব॥ ২০ অৰু মই পিতৃত আছে, তোমোলাকো মোত আছি, আৰু ময়ো তোমোলকিত অছে, তাক সেই কালত জানিবা। জনে মোৰ অজ্ঞা পাই পালন কৰে, সেয়ে মোত প্ৰীতি কৰে; আৰু যি জনে মোত প্ৰীতি কৰে, সেয়ে মোৰ পিতৃৰ প্ৰেমৰ পাত্ৰ হব; ময়ে। তাক প্ৰীতি কৰি তাৰ আগত আপোনাক প্ৰকাশ কৰিম। তিয়া ইম্ফৰিঙতিয়া নহয়, অন য়িহুদাই তেওঁত কলে, হে প্ৰভু, অপু নি জগতৰ লোকৰ আগত প্ৰকাশ নহৈ আমাৰ অগিত কেনেকৈ অপো- নকি প্ৰকাশ কৰিবা ২৩ তীতে যীশুএ উত্তৰ কৰিলে, যি কোনো মোত প্ৰীতি কৰে, সি মোৰ অজ্ঞাকো পালন কৰিব; মোৰ পিতৃএও তাক প্ৰেম কৰিব, অৰুি আমি তাৰ ওচৰলৈ আহি তাৰে সৈতে নিবাস কৰিম। ২৪ যি কোনো মোত প্ৰীতি নকৰে, সি মোৰ কথাও পালন নকৰে; আৰু এই যি কথা তোমোলাকে শুনিবলৈ পাইছা, সি অকল মোৰ নহয়, মোক পঁচা- য়ি পিত তেওঁৰেই কথা। ২৫ এতিয়া তোমোলাকৰ লগত থাকি এই সকলো কথা কলো; ২৬ কিন্তু পিতৃএ মোৰ নামেৰে যি জনক পাঁচিব, সেই সান্তনা কৰোতা অৰ্থাত পবিত্ৰ ২১ যি অৰু ২২ 3