পৃষ্ঠা:New Testament in Assamese.djvu/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(য়ে হিনি। . থোৱা দিনৰ নিমিত্তে ইয়াক ৰাখি থলে। ৮ দুখীয়াবোৰ তোমোলাকৰ লগত সদায় আছে, কিন্তু মই তোমোলাকৰ লগত সদায় নেথাকে। ৯ পাছ যীশু সেই ঠাইতে আছে, এই কথা জানি য়িহুদিবিলাকৰ অনেক মানুহে অকল তেওঁৰ নিমিত্তে নহয়, তেওঁ যাক মৈদামৰ পৰা তুলিছিল, সেই লীজাৰকো দেখিবলৈ তালৈ আহিল। ১০ কিন্তু প্ৰধান পৌৰোহিত বোৰে লাজৰিকো মাৰিবলৈ অলছিলে; ১১ কিয়নো তাৰ দ্বাৰাই অনেক য়িহুদিবিলাকে গৈ যীশুত বিশ্বাস কৰিলে। ১২ পছি দিনা পৰ্ব্বলৈ অহা বহু মানুহে য়িছলিমলৈ যীশু অহিছে বুলি শুনি, ১৩ তালপাত ঠলি লৈ তেওঁক অগি বহিবলৈ বাহিৰলৈ আহি, ৰিঙ্গিয় 1 ৰিঙ্গিকৈ কলে, জয় জয় হওক, ইসএলৰ যি ৰজা প্ৰভুৰ নামেৰে আহিছে, তেৱেই ধন্য। ১৪ তেতিয়া হে চিনৰ জীএক, ভয় নকৰিবা; দেখা, তোমাৰ ৰজা গাধৰ পোৱালিত উঠি আহিছে; ১৫ শাস্ত্ৰত এনেকৈ লিখাৰ দৰে যীশুএ এটা ডেকা গাধ পাই তাৰ ওপৰত বহিল। কথাৰ অৰ্থ শিষ্যবিলাকে প্ৰথমতে নুবুঝিলে; কিন্তু যেতিয়া যীশুএ মহিমা পোৱা হল, তেতিয়া এনে কথা যে তেওঁৰ অৰ্থে লিখা অছিল, অৰুি সিবি- লকে যে তেওঁলৈ এনে কম কৰিছিলে, এই কথা সিবিলাকৰ মনত পৰিল। ১৭ অৰুি তেওঁ লাজৰিক মৈদামৰ পৰা বাহিৰলৈ মাতি মৃত্যুৰ পৰা তো- লাৰ সময়ত যিবোৰ মানুহ তেওঁৰ ওচৰত আছিলে, সিবিলাকে সেই কথাৰ প্ৰমাণ দিলে। ১৮ তেওঁ এনে অশ্চৰিত কৰম কৰিলে, তাকে শুনি লোকবি- লাকে তেওঁক দেখা পাবলৈ গল। ১৯ তীতে ফিচবিলাকে ইটে সিটে কোৱাকুই কৰিলে, তোমোলাকৰ শ্ৰম একো নফলিয়াই, ইয়াক বুঝা নাই নে? দেখ, সকলো জগত তেওঁৰ পাচত গল। ২০ পাছে ভজিবৰ নিমিত্তে পৰ্কলৈ অহাবিলাকৰ মাঝত কেতবোৰ গ্ৰিক ২১ সিবিলাকে গালীল দেশৰ বৈচিদতি থকা ফিলি। পৰ ওচৰলৈ আহি কলে, হে দেও, আমি যীশুক দেখিবলৈ ইচ্ছা কৰে। ২২ তেতিয়া ফিলিপে গৈ আন্দ্ৰিয়াত কলে; পাছে আন্দ্ৰিয়াই আৰু ফি- লিপে যীশুত জনালে। ২৩ তাতে যীশুএ সমিধান দি কলে, মানুহৰ পুত্ৰই মহিমা পাবৰ কাল আহিল। ২৪ মই তোমোলকিত অতি স্বৰূপকৈ কওঁ, ধানৰ গুটি এটি যদি মাটীত পৰি নমৰে, সি অকলেহে থাকে; কিন্তু যদি মৰে, তেন্তে অনেক গুটি ধৰে। ২৫ যি কোনো আপোনাৰ প্ৰাণ প্ৰিয় বুলি মানে, সি তাক হেয়াব; আৰু যি কোনোএ এই জগতত আপোনাৰ প্ৰাণক অপ্ৰিয় বুলি মানে, সি অনন্ত আয়ুষলৈকে তাক ৰক্ষা কৰিব। ২৬ কোনোএ যদি মোৰ সেৱা কৰিব খোজে, সি মোৰ পাচত আহোক; তাতে মই যি ঠাইত থাকিম, মোৰ সেৱকো সেই ঠাইতে থাকিব। অৰু যি জনে মোৰ সেৱা কৰে, মোৰ পিতৃএও তাক মৰ্যতা কৰিব। মানুহ আছিল।