পৃষ্ঠা:New Testament in Assamese.djvu/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বুক। ১৮ জনি চাবেকে পাচনিবিলকিত এই বাত্ৰা কলে; ১১ কিন্তু সিবিলাকৰ কথা অনৰ্থক গপ জেন দেখি বিশ্বাস নকৰিলে। ১২ আৰু পিতৰে উঠি মৈদামলৈ লৰি গল; তাতে চাপৰি চাই অকল কপিৰ থকা দেখিলে; পীচে জি ঘটিল, তাতে অপেন মনে বিস্মই মানি গুচি গল। ১৩ পাচে দেখা, য়িলিমৰ পৰা এপৰ মান বাটৰ আঁতৰত থকা এমাও নামে এখান গাঁৱলৈ সিবিলাকৰ দুজনে সেই দিনই উঁওতে উঁওতে, ১৪ এই সকলো ঘটনাৰ কথোপকথন কৰি আচিল। ১৫ সিবিলাকে এই ৰূপে অলিপি আৰু বিবেচনা কৰা কালত য়িচু অপুনি ওচৰলৈ আহি সিবিলাকৰ লগে লগে গল। ১৬ কিন্তু সিবিলীকে তেঁওক জেন চিনিব নোঅৰে, এই নিমিতে সিবিলাকৰ চকু বন্ধন হল। ১৭ তেঁও সিবিলকিত সুধিলে, তোমোলাকে অসন্তোঁস কৰি ইজনে সিজনে কি কথা বাত্ৰা কৈ কৈ ফুৰি আচা? তাতে ক্লিয়পা নামে সিবিলাকৰ এজনে উতৰ কৰি কলে, ৰিচালম নগৰত জি জি কথা এই কলিত ঘটি অচে, তুমি প্ৰবাসি মাথোন হৈও এইবিলাক কথা নেজানা নে? ১৯ তেঁও সিবিলকিত সুধিলে, কি কথা? সিবিলীকে কলে, য়িচু নামে জি নচিৰেতৰ ভবিস্যত বক্তাই ইস্বৰ অৰুি সকলো মানুহৰ আগত বাক্যেৰে আৰু কৰমেৰে সক্তিমন্ত, ২৩ তেঁওক অমিৰ প্ৰধান পোৰোহিত অৰু অধিকাৰবিলাকে জি ৰুপে মৃিত্যু দণ্ডৰ অগ্য কৰি পেৰেঙ্গনিত মাৰিলে, সেই কথা। ২১ কিন্তু জি জনে ইসএল লোকক উধৰি কৰিব, তেঁও সেই জন বুলি অমাৰ আসা আচিল। ইয়াকি এৰিও এই সকলো কথা ঘটিবৰ পৰা অজি তিন দিন হল। ২২ তাত বাজে অমাৰ লগৰ কেতবিলাক তিৰোতাই আমাক বিস্মই কৰালে; ২৩ সিবি- লীকে ৰাতি পুআই মৈদামলৈ গৈ তাতে তেঁওৰ স নেপাই অকও আহি কলে, আমি দুতবিলাকক দৰ্সন পালোঁ, তেঁও জিয়া হল বুলি সিবিলাকে কৈচে। ২৪ পীচে আমাৰ লগৰ কোনো মানুহে মৈদামলৈ গলত তিৰো- তাই কোঅৰি দৰেই দেখিলে, কিন্তু তেঁওক দেখা নেপালে। ২৫ হেতিয়া তেঁও সিবিলাকত কলে, হে অগিয়ানি আৰু ভবিস্যত বক্তই কোআ সকলো কথাত বিস্বাস কৰিবলৈ পলম মন হোঅ মানুহ! ২৬ খ্ৰিষ্টে এইবিলাক দুখ কৰি আপোনাৰ ঐৰ্জত সোমোআ উচিত নহই নে? ২৭ পাচে মোচা আৰু আটাই ভবিস্যত বক্তাৰ কথাৰে আৰম্ভন কৰি, তেঁও সকলো সাত আপোনাৰ অৰ্থে লিখা কথা সিবিলাকক বুজাই দিলে। ২৮ জি গাঁৱলৈ গৈচিল, তাৰ ওচৰ পালত তেঁও আৰু বাট জোআ জেন দেখালে; ২১ কিন্তু সিবিলাকে তেঁওক বৰকৈ উচটাই কলে, অমৰ লগত থাকা; গধুলি ওচৰ হল, দিন অলপহে অচে। তাতে সিবিলাকে সৈতে থাকিবলৈ তেঁও ঘৰত সোমাল। ৩০ পাচে ভোজনত থকা কালত তেঁও পিঠা লৈ স্তুতি কৰি তাক ভাঙ্গি সিবিলাকক দিলে। ৩১ তীতে সিবিলাকৰ চকু মুকলি হেঅিত সিবি-