পৃষ্ঠা:New Testament in Assamese.djvu/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২৪ অধি॥ -- পাৰি কলে, হে পিত্ৰি, তোমাৰ হাতত মোৰ আত্মিক সমপন কৰিটো; এই কথা বুলি তেঁও প্ৰানি চাৰি দিলে। ৪৭ তেতিয়া জি জি হল, তাকে দেখি সইকিয়াই ইস্বৰক স্তুতি কৰি কলে, এঁও স্বৰুপেই সাধু মানুহ হৈচিল। ৪৮ এই দসন চাবলৈ জেতেক লোক আহিছিল, সিবিলাকে এই সকলো ঘট- না দেখি আপোন অপোন বুকত ভুকুআই উভতি গল। ৪৯ আৰু য়িচুৰ গিয়াতিবিলাক, আৰু জি জি তিৰোতাই গালিলৰ পৰা তেওৰ লগত অ- হিচিল, সিবিলাকেও আঁতৰতে থিয় হৈ থাকি এইবিলাক কথা দেখিলে। ৫° তেতিয়া দেখা, য়িহুদিবিলাকৰ অৰিমথিয়া নগৰৰ যোচেফ নামেৰে জি এজন মেলুআই ধৰমি আৰু পৰমাৰ্থিক মানুহ হৈ, ৭১ সিহঁতৰ অলিচ অৰু কৰ্মত সন্মতি নকৰিলে, অৰু আপুনিও ইৰ ৰাজ্যলৈ অপেখ্যা কৰি অচিল, ৫২ তেঁও পিলাতৰ ওচৰলৈ গৈ য়িচুৰ মৰা দেহ মাগন কৰি- পাচে দেহ নমাই মিহি কাপৰেৰে মেৰাই, জতে কোনো কালে মানুহৰ স থেঅ নাই, সিলত খনা এনে এটা মৈদামত সুআই থলে। ৫৪ সেই দিনেই পৰ্বলৈ জুগুত কৰা দিন, আৰু বিসুমি বাৰৰ ওচৰ হৈচিল। ৫৫ তাতে গালিলৰ পৰা তেঁওৰ লগত অহা তিৰোতা মানুহবিলাকে পাচে পাচে গৈ, মৈদাম আৰু তাত য়িচুৰ দেহ কেনে ৰুপে থেঅ হল, তাকে দেখি, ৫৬ উলটি অহি সুগন্ধি দ্ৰব্য অৰু তেল জুগুত কৰিলে; পাচে বি- ধানৰ দৰে বিসমি দিনত জিৰনি কৰিলে। লে। ২৪ অধ্যা। হল। পাচে সপ্তাহৰ প্ৰথম দিন অতি ৰাতি পূআত সেই তিৰোতাবিলাকে জুগুত কৰা সুগন্ধি বস্তু অনি, অনি অনি কেতবিলাকে সৈতে মৈদামৰ ওচৰলৈ আহিল। ২ তীতে মৈদামৰ মুখৰ পৰা সিলটো বগৰোআ দেখিলে। ৩ পাচে ভিতৰলৈ সোমাই প্ৰভু য়িচুৰ দেহ নেপাই সিবিলাক অতি বিয়াকুল হৈচে; ৪ এনে কালত দেখা, কান্তিমন্ত বস্তু পিন্ধা দুজন সিবিলাকৰ ওচৰত থিয় ৫ তীতে সিবিলাকে ভই পাই তুমিলৈ মুখ তল কৰি থকাত সেই লোকে সিবিলাকত কলে, তোমোলাকে মৰবিলাকৰ মাজত জিয়াক কিয় বিচাৰা? ৬ তেঁও ইয়াত নাই, উঠিল। পাপি লোকৰ হাতত সোধাই দি বধ কৰা হব, পাচে তিন দিনৰ দিনা অকিও উঠিব, ৭ তেও গালিল দেসত থাকোতেই তোমোলাকত এই জি কথা কৈচিলে, তাক সোঅৰ॥ ৮ তিয়া তেঁওৰ সেই কথা সিবিলাকৰ মনত পৰিল। ৯ পাচে সিবিলাকে মৈদামৰ পৰা ঘূৰি আহি, অঘেৰে জন সিস্যকে আদি কৰি অটাইবিলাকত এই সকলো কথা কলে। ১০ মাগলিনি মা ৰিয়া, য়োহান, য়াকোবৰ মাক মাৰিয়া, আৰু সিবিলাকৰ লগৰ আন আন