পৃষ্ঠা:New Testament in Assamese.djvu/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৩ অধি॥ ১৩ ৫ . তাতে কিজানি গটি ধৰে; জদি নধৰে, তেন্তে পীচে তাক কটাই পেলাওক। ১০ পাচে তেঁও বিম বাৰে এটা নাম ঘৰত উপদস দি আছিল। ১১ অৰু দেখা, অঠেৰে বচৰ দুবলি কৰা ভুতৰ অধিন হোআত কুঁজা হৈ কোনো মতে আপোনাৰ গা পোন কৰিব নোঅৰা, এনে এজনি তিৰোত। সেই ঠা- ইতে আচিল। ১২ য়িএ তাইক দেখি মাতি কল, হে তিবি, তোমাৰ দল বিয়াধিৰ পৰা তুমি মুকুত হো। ১৩ পচে তাইৰ গতি তেঁও হাত দিলত তেতিয়াই তাই পোন হৈ ইংৰক স্তুতি কৰিলে। ১৪ কিন্তু য়ি- এ বিসাম বাৰতে তাইক স্বস্থ কৰা হেতুকে নাম ঘৰৰ গৰাকিএ খঙ্গ কৰি উতৰ দি মানুহবিলাকত কলে, মানুহে বন কৰাৰ জেগ্যি চ দিন অচে; এই হেতুকে সেই দিনৰ মাজত তাহি সুস্থ কৰা হবা, কিন্তু বিসাম বাৰে নাহিবা। ১৫ তাতে ৰিএ সমিধান দি কলে, হে কপটি, তোমোলাকৰ প্ৰতি জনে বিসমি বাৰে আপোন আপোন বলদ বা গাধি গোহালিৰ পৰা মেলি পানি খুয়াবলৈ নিনি নে? তেন্তে অঠেৰে বচৰ পৰা চইতানে বন্ধ কৰা অব্ৰাহামৰ সন্ততি জি এই তিৰোত, তাইক বিসমি বাৰত এই বন্ধনৰ পৰা মুকলি কৰা উচিত নহই নে? ১৭ এইবিলাক কথা কত তেঁওৰ বিৰোধ হোঅ অটাইবিলাকে লজি পোঅ হল; আৰু তেঁও কৰা সকলো মহিমাৰ কৰ্মৰ নিমিতে লোকবিলাকে অনিন্দ কৰিলে। ১৮ পাচে তেঁও কলে, ইস্বৰৰ ৰাজ্য কিহৰ নিচিনা, আৰু তাক কাৰে সৈতে তুল্য কৰিম? ১১ কোনো মানুহে জি এটি সৰিয়হৰ গুটি লৈ আপো- নাৰ বাৰিত ৰুই দিলত সি গজি বাহি বৰ গচ হোঅতি অকাসৰ চৰায়ে তাৰ ডালত নিবাস কৰিলে, তাৰ নিচিনা সেই ৰাজ্য। পাচে তেঁও অকিও কলে, ইৰৰ ৰাজ্য কাৰে সৈতে তুল্য কৰিম? ২১ এজনি তিৰো- তাই জি খমিৰ লৈ তিনি কঠা পিঠা গৰিৰ মাজত অটাই নুফুলে মান- লৈকে ঢাকি থলে, তাৰ নিচিনা হই। ২২ পাচে ৰিচালিমৰ ফাললৈ উঁও:ত নগৰে নগৰে গৱে গৰে উপ- দেস দি গল। ২৩ তেতিয়া এজন মানুহে তেঁওত কলে, হে প্ৰভু, জিবিলাকে পৰিত্ৰান পবি, সেইবিলাক তাকৰ নে? ২৪ তাতে তেঁও সিবিলাকত কলে, ঠেক দুআৰে দি সোমাবলৈ জতন কৰ1; কিয়নো মই তোমোলকিত কৈচো, অনেকে সোমাবলৈ ইচা কৰিলেও সোমাব নোঅৰিব। ২৫ ঘৰৰ গিৰিহতে উঠি দুঅৰি মাৰিলে পচে তোমোলাকে জেতিয়া বাহিৰে থিয় হৈ বোলা, হে প্ৰভু, প্ৰভু, আমালৈ অৰ মেলি দিওক, তেতিয়া তেঁও উতৰ কৰি তোমোলকিত কব, তোমেলিক কৰ মানুহ, তাক মই নেজানে॥ ২৬ তাতে তোমোলাকে বুলিব, আপোনাৰ আগতে আমি ভোজন পান কৰিলো, আৰু আমাৰ অলি বাটতে আপনি উপদেশ দিলে। ২৭ কিন্তু বেঁৱে।