পৃষ্ঠা:New Testament in Assamese.djvu/১২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বুক। - তেঁওৰ লগ ললেহি। ৩৮ তেতিয়া দেখা, সিহঁতৰ মাজৰ এক মানুহে ৰিঙ্গি- য়াই কলে, হে গুৰু, মই মিনতি কৰে, মোৰ পেলৈ দুিৰ্কি কৰোক, কিয়- নো সি মোৰ একেটি লৰা। ৩১ অ িদেখা, ভূতে তকি ধৰাত সি অকস্মি- তে এটাহ পাৰে, আৰু ভুতে তকি মুচৰিলে মুখৰ ফেন ওলাই, এই ৰুপে দুখ দিও তাক এৰি জোঅ কঠিন। ৪০ এই হেতুকে তাক খেদাব নি- মিতে অপোনাৰ সিসক মিনতি কৰিলে, কিন্তু সিবিলাকে নোআৰিলে। ৪১ তেতিয়া মিচুএ সমিধান দি কলে, হেৰা অবিস্বাসি অবাটে জোঅ বঙ্গহ, কেতে দিন নো তোমোলাকৰ লগত থাকি তোমোলাকক সহিম? তোমাৰ পোঅক এখেলৈ অনা। ৪২ তাতে সি অহেঁতেই ভূতে তাক পেলাই মুচ- ৰিলে; তেতিয়া য়িচুএ সেই অসুচি ভুতক জাবি দি লৰাক স্বস্থ কৰি বাপে- কৰ হাতত সোধাই দিলে। ৪৩ ই এই মহা সক্তি দেখি সকলো বিস্মই মানিলে। এই ৰুপে মিচুৰ সকলো কৰ্মত বিস্মই মানি থাকোতে তেঁও আপোনাৰ সিদ্যবিলকিত কলে, ৪৪ এই কথা তোমোলাকৰ কানত সেমিাওক, মানুহৰ পুত্ৰক লোকবিলাকৰ হাতত সোধাই দিয়া হব। ৪৫ কিন্তু সিবি- লীকে সেই কথা নুবুজিলে, আৰু গুপ্ত হোয়াত নেজানি থাকিল, তেঁওতে। তাৰ অৰ্থ সুধিবলৈ ভই কৰিলে। ৪৬ পাচে সিবিলাকৰ মাজত কোন ডাঙ্গৰ হব, এই কথালৈ সিবিলাকৰ বাদ বিচাৰ হৈচিল। ৪৭ তেতিয়া য়িচুএ সিবিলাকৰ মনৰ বিবেচনা বুজি, এটা লৰাক লৈ আপোনাৰ কোসত বহুআই সিবিলাকত কলে, ৪৮ জি কো- নোএ এই লৰাক মোৰ নামেৰে গ্ৰহন কৰে, সি মোকে গ্ৰহন কৰে; আৰু জি কোনোএ মোক গহন কৰে, সি মোক পঁচা জনকে গ্ৰহন কৰে; তোমো- লাকৰ মাজত আটাইতকৈ জি সৰু, সেয়ে ডাঙ্গৰ হব। ৪৯ পচে য়োহানে মাত লগাই কলে.. হে প্ৰভু, তোমাৰ নামেৰে ভুতবি- লাক খেদোআ এজনক দেখিলোঁ; কিন্তু সি অমাৰ পচে নোজো অতি আমি তাক নিষেধ কৰিলে॥ তাতে য়িচুএ কলে, তাক নিসেধ নকৰি- ব; কিয়নো জি জন আমাৰ বিৰোধ নহই, সি অমৰ ফলিয়া। পাচে তেঁওক ওপৰলৈ নিবৰ কাল পূৰ হলত, ৰিচালমলৈ জাবৰ নিমিতে তাৰ ফাললৈ মুখ থিৰ কৰি, ৫২. আপোনাৰ অগেই পাচনিক পঠালত সিবিলাকে গৈ তেঁওলৈ জুগুত কৰিবৰ নিমিতে ঢোমিৰেনিৰ এখন গাৱত সোমাল। ৫৩ কিন্তু, তেঁওৰ মুখ হিচালমলৈ জোঅ জেল দেখি, সি- বিলাকে তেঁওক গ্ৰহন নকৰিলে। ৫৪ এই হেতুকে যাকোব আৰু য়োহান, তেঁওৰ এই দুজন সিস্যে তাকে দেখি বুলিলে, হে প্ৰভু, এলিয়াই জেনেকৈ কৰিলে, সেই ৰুপে অকালৰ পৰা জুই ওলাই সিহঁতক জেন ভস্ম কৰে, আমি এনে অগ্যিা দিয়া আপোনাৰ ইচা হই নে? ৫৫ তাতে তেঁও মুখ ঘুৰাই সিবিলাকক জবি দি বলে, তোমোলাকৰ মনৰ কি ভাও, তাক তোমোলাকে