পৃষ্ঠা:New Testament in Assamese.djvu/১১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৪ ৩৩ কই, তেন্তে তোমোলাকৰ সন্ত প হব; সিহঁতৰ পিত্রিবিলাকেও মিচা ভবি- স্যত বাবিলাকলৈ সেই ৰুপ বেৱহাৰ কৰিলে । ২। কিন্তু হে সুনা সকল, মই তোমোলকিত কৈচেঁ, তোমোলাকে অপপানাৰ সক্ৰবিলাকক প্ৰিতি কৰা; জিবিলাকে তোমোলকিক ঘিন কৰে, সেইবিলা- কলৈ ভাল কৰ1; ২৮ জিবিলাকে তোমোলকিক নিন্দা কৰে, সিহঁতৰ নিমি- তে প্রার্থনা কৰা । ২৯ জি কোনো তোমাৰ ই গলিত চৰ মাৰে, তালৈ সি গলি পাতি দিয়া; অাৰু জি কোনো তোমাৰ বৰ কপিৰ কাহি লই, তকি তোমাৰ চোলাও লবলৈ হকি নিদিবা । ৩০ জি কোনো তোমত খোজে, তুমি তাক দিয়া ; অৰু জি কোনোএ তোমাৰ সম্পতি লই, অকিও নুখুজিবা । ৩১ অাৰু লোকে তোমোলকিক জেনে বেৱহাৰ কৰি- বলৈ তোমোলাকৰ ইচা হই, তেনে বেৱহাৰ সিবিলাকলৈকো কৰা। ৩২ কিয়- নে1 তোমোলকিক জি জি লোকে প্রিতি কৰে, অকল সিবিলাকক প্রিতি কৰিলে, তোমোলাকৰ কি ফল? পপি লোকেও সিহঁতক প্ৰিতি কৰা- বিলাকক প্রিতি কৰে । অাৰু জিবিলাকে তোমোলাকক হিত কৰে, অকল সিবিলাকক জদি হিত কৰা, তেন্তে তোমোলাকৰ কি ফল পপি- বিলীকেও সেই ৰুপে কৰে । ৩৪ অাৰু জিবিলাকৰ পৰা অকও পাবলৈ অাসা কৰা, অকল সিবিলাকক ধাৰ দিলে, তোমােলাকৰ কি ফল? ধৰি সমান ধন অকিও পাবলৈ আসা কৰি পাপি লোকেও পাপিবিলাকক ধৰি দিএ। ৩৫ কিন্তু তোমোলাকে সত্ৰুবিলকিকো প্রিতি কৰা, লোকবিলাকক হিত কৰা, আৰু পুনৰ বীৰ কিছু পাবলৈ অসি নকৰিও ধৰি দিব; তাতে তোমোলাকৰ অতিসই কৰমৰ ফল হব, অাৰু তোমোলকি সর্বোপৰি জনৰ সন্তান হবা; কিয়নো উপকাৰ নজনা আৰু দুষ্টবিলাকক হেঁৱে হিত কৰে । ৩৬ এই হেতুকে তোমোলাকৰ পিত্রি জেনে দয়াল তোমোল- কো তেনে দয়ালু হােঅ । ৩৭ লােকক দুসি নকৰিবা, তেহে তোমোলা- কক দুসি কৰা নহব; লোকক দও অগ্যিা নকৰিবা, তেহে তোমোলাকক দণ্ড অাগ্য কৰা নহব; খেমা কৰা, তেহে তােমােলাককে। খেমা কৰা দান কৰা, তাতে তোমোলকিকে। দান দিয়া হব ; হেঁচা জেঁ- কৰ উপচি পৰা পুৰ পৰিমানেৰে লােকে তোমোলাকৰ কেঁাচত বাকি দিব ; কিয়নো জি জোখেৰে তোমোলাকে জোখা, সেই জোখেৰে তোমো- লাকলৈকো জোখা হব । পচে তেঁও সিবিলাকত এক পটন্তৰ দি কলে, কনাই কনক বটত নিব পাৰে নে? দুয়ো খাৱৈত নপৰিব নে? ৪০ সিস্য গুৰুৰ ওপৰ নহই; কিন্তু সিধি হোঅ জি সিস্য, সি গুৰুৰ তুল্য । ৪১ অাপোনাৰ চকুত থকা জি চতি তাক নেদেখি, ভয়াৰ চকুত জি কুটা অচে, তাক কিয় দেখিটা? ৪২ অাৰু তোমাৰ আপোনাৰ চকুত থকা জি চতি তাক ৩৮ হব । ৩১