পৃষ্ঠা:New Testament in Assamese.djvu/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩ অধ। থিয় হল । ৯ পাচ রিচএ সিহঁতত কলে, মই তোমোলকিত এটি কথা সেধে, বিসুমি বাৰত ভাল কৰা বা বেয়া কৰা, অৰু প্রান বা বা প্রান মৰা, এই দুইৰে মাজত কোনটো কৰিব লগা কম ? ১০ পচে চাৰিও ফালে সকলোলৈ চাই, সেই মানুহটত কলে, আপোনাৰ হাত মেলা। সি তাকে কৰিলত, তাৰ সেই হাত অন হাতৰ নিচিনা | স্বস্থ কৰা হল । ১১ তাতে সিহঁতে খঙ্গেৰ পূৰ হৈ য়িচুক কি কৰিম, এই কথাত ইটে সিটে অলিচ কৰিব ধৰিলে । ১২ সেই কালত তেও প্রার্থনা কৰিবৰ নিমিতে এটা পৰতৰ ওপৰলৈ গৈ, ওৰে ৰাতি ইত্ব অগিত প্রার্থনা কৰি থাকিল । ১৩ পাচে দিন হল তেঁও আপোনাৰ সিস্যক মাতিলে; ১৪ আৰু সিবিলাকৰ মাজৰ জাৰ উপ- নাম তেও পিতৰ দিলে, সেই চিমেন, অৰু তেঁওৰ ভায়েক আলিয়া, য়া- কোব আৰু য়োহান, ফিলিপ অৰুি বাৰ্থলমই, ১৫ মাথি অাৰু থোমা, হল- ফাইৰ পুতেক কেবি আৰু জিলাত নামেৰে চিমেন, ১৬ রাকোবৰ ভায়েক য়িহুদা, আৰু তেওক লোকৰ হাতত সোধাই দিওতা য়িহুদা, এই বাৰে জনক তেঁও বাচি লৈ সিবিলাকক পাচনি নাম দিলে । ১৭ পাচে তেঁও সিবিলাকে সৈতে পৰ্বতৰ পৰা নামি ভয়মিত থিয় হল ; তীতে তেঁওৰ সিস্য সমুহ, অৰু সকলো য়িহুদা দেসৰ পৰা, য়িলিমৰ পৰা, চোৰ আৰু চিদোনৰ সাগৰৰ দাঁতিৰ পৰাও, তেঁওৰ বাক্য সুনিবলৈ আৰু ৰোগৰ পৰা মুকুত হবলৈ অহা সমুহ লোকবিলাক তেঁওৰ ওচৰত আচিল ; ১৮ আৰু অসুচি ভুতে ধাবিলাকেও অহি স্বস্থ কৰা হল । ১৯ অাৰু তেঁওৰ গাৰ পৰা মহাত্মা ওলাই সকলোকে সুস্থ কৰাত সমুহ মানুহ- বিলাকে তেঁওক চুবলৈ জতন কৰিলে । ২° পাচে সিস্যবিলাকৰ ওপৰত তেঁও চকু তুলি এই কথা কলে, হে দৰিদু- বিলাক, তোমোলাক ধন্য, কিয়নো ইস্বৰৰ ৰাজ্য তোমোলাকৰ । এতিয়া ভােক লগাবিলকি, তোমোলাক ধন্য, কিয়নো তোমোলাকে ত্রিপ্তি পাবা। হে এতিয়া ক্রন্দন কৰবিলাক, তোমোলাক ধন্য, কিয়নো তোমােলাকে হাহিবা । ২২ জেতিয়া লোকবিলাকে মানুহৰ পুত্ৰৰ নামৰ নিমিতে তোমো- লাকক ঘিন কৰিব, আৰু নিলগলৈ আঁতৰাই নিন্দা কৰিব, আৰু অধৰমিৰ নিচিনা তোমোলাকৰ নাম বাহিৰ কৰি পেলাব, তেতিয়া তোমেলিক ধন্য। ২৩ সেই দিনত হস কৰি আনন্দেৰে নাচিবা; কিয়নো স্বৰগত তোমোলকি অধিক ফল অচে; সিহঁতৰ পিত্রিবিলাকেও ভবিস্যত বাবিলাকলৈ সেই ৰুপ বেৱহাৰ কৰিলে । ২৪ কিন্তু হাই হাই, ধনৱন্ত লোক, তোমোলাকে আপোনাৰ সুখ পালা। ২৫ হাই হাই, ত্রিপ্তি পােঅাবিলাক, তোমােল- কৰ ভোক লাগিব । হাই হাই, এতিয়া হাঁহি থকাবিলাক, তোমোলাকে। সোক আৰু ক্রন্দন কৰিব । ২৬ সকলো মানুহে জদি তোমোলাকৰ সুজসস্য। ২১ হে