পৃষ্ঠা:New Testament in Assamese.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বমি লোকক নিমন্ত্রন কৰিবলৈ তাহা নাই; কিন্তু মন পালটাবৰ নিমি- তে বি লোককহে নিমন্ত্রন কৰিবলৈ আহিছো । আৰু সিবিল্লাকে তেঁওত কলে, য়োহান অাৰু ফিকিচিবিলাকৰ সিস্যবোৰে বাৰে বাৰে ঘোন আৰু প্রথিন। কবে, কিন্তু তোমাৰ সিস - বিলাকে ভোজন পান কৰে, ইয়াৰ কাৰন কি? ৩৪ তেতিয়া তেঁও সিবি- লকিত কলে, জেতে দিন সখিবোৰৰ লগত দৰা থাকে, তেতে দিনলৈকে সিহঁতক লঘেন কৰাৰ পৰিা নে ? ৩৫ কিন্তু জেতিয়া সিবিলাকৰ লগৰ পৰা দৰাক নিয়া হব, এনে কাল অহিব; সেই কলিতে সিবিলাকে লঘোন কৰিব । ৩৬ পচে তেও পটন্তৰ দি সিবিলকিত কলে, পুৰনি কপিৰত কোনেও ন কপিৰৰ তপিলি নে মাৰে ; তীকে কৰিলে ন কপিৰ ডেখিৰে নষ্ট হই, আৰু পুৰনি কাপৰেৰে সৈতে ন ডোখৰ নিমিলে । ৩৭ অটি পুৰনি চালৰ মোটত লত। পনিয়ালৰ ন ৰস কোনেও নথই; জদি থই, ন ৰসে সেই মোট ফালে, অৰুি ৰসে। বৈ ঢুকাই, মোটো নষ্ট হই; ৩৮ কিন্তু পনিয়ালৰ ন স ন মোটতহে থব লাগে, তাতে দুইৰো খ1 পৰে । ৩১ অাৰু পুৰনি বস পান কৰি কোনো মানুহে তেতিয়াই ন স নোখোজে, কিয়নো সি বুলিচে, পুৰনি তাতকৈ ভাল । - ৬ তাধি1 । পর্বৰ দুতিয় দিন পাচে প্রথম বিসমি বাৰত তেঁও খেতিৰ মাজে দি জওতে, তেওৰ সিদ্যবিলাকে সহৰ চেই চিৰি হাতত মােহাৰি মোহাৰি খাবলৈ ধৰিলে । ২ তেতিয়া কেতবিলকি ফিৰুচি মানুহে সিবিলাকত কলে, বিসুমি দিনত কৰিব নোপোজ জি কম, তাক তোমােলাকে কিয় কৰা? ৩ তাতে রিচএ সিহঁতত কলে, দাৱিদ আৰু তেঁওৰ লগৰবিলাকৰ ভোক লাগিলত, ৪ তেঁও ইস্বৰৰ ঘৰত সোমাই, পোৰোহিতৰ বাজে আনে খাব নোপােকা ইসুবৰ তাগিত দিয়া জি পিঠা, তাক লৈ খালে, আৰু লগৰ মানুহকে দিলে, এনে জে কম কৰিলে, তাক তোমোলাকে কেতিয়াও পৰ্হা নাই ৫ অাৰু তেঁও সিবিলাকত কলে, মানুহৰ পুত্র বিসুমি বাৰৰো অধি- কৰি | ৬ তাৰ পাঁচে অন এক বিসুমি বাৰত তেঁও নাম ঘৰত সোমাই উপদেস দিলে; সেই কালত সে হাত সুকাই জোঅ! এজন মানুহ তাতে আচিল । ৭ তেতিয়া অধ্যাপক আৰু ফিচিবিলাকে তেঁওৰ অপবাদ কৰিবৰ অ- সয়েৰে, তেঁও বিসুমি বাৰত সুস্থ কৰে নে নকৰে, ইয়াকে জানিবৰ নিমিতে তেঁওলৈ চাই থাকিল । ৮ কিন্তু তেঁও সিহঁতৰ ভাবনা বুজি সেই সুকান হতিয়া মানুহক বুলিলে, তুমি উঠি মাজতে থিয় হোঅা; তাতে সি উঠি