পৃষ্ঠা:New Testament in Assamese.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লুকে লিখা সুভ বাত্ৰা। ১ অধ্য॥ জিবিলাক . প্ৰথমৰে পৰা দেখা সখি আৰু বাক্যৰ প্ৰচা- ৰক হৈচিল, ২ সিবিলিকে সিখ দিয়াৰ দৰে আমাৰ মাজত প্ৰমান কপে গজ্যি কৰা কথাবিলাকৰ আখ্যান ক্ৰমেৰে লিখিবলৈ অনেকে উদ্যোগ কৰিলে; ৩ এই হেতুকে হে মহা মহিম থিয়- ফিল, ময়ো আদিৰে পৰা অটাইকে নিচই ৰুপে জানিলত, ৪ তুমি জি জি সিকিল, তাৰ স্বৰুপ প্ৰমান জেন পোজ, এই নিমিতে তোমালৈ ক্ৰমেৰে সেই সকলোকে লিখিবলৈ উচিত দেখিলোঁ। ৫ য়িহুদা দেশৰ হেৰাদ ৰজাৰ দিনত অবিয়া পালৰ খিৰিয়া নামেৰে এজন পোৰোহিত অচিল; হীৰোনৰ বঙ্গহৰ এলিবো নামেৰে তেঁওৰ ভাজ্য; দুয়ো নিৰ্দোস ৰুপে প্ৰভুৰ সকলো অগ্যি। আৰু বিধি পী- লন কৰি ইৰৰ আগত ধৰমি অচিল। ৭ এলিচে। বাজি হোআত সিবিলাকৰ লৰা নাই, আৰু দুয়ো বয়সত ব্ৰিধ হল। ৮ জেতিয়া জিৎ- ৰিয়াই পাৰ ক্ৰমে ইৰৰ অগিত পোৰোহিত কৰম কৰে, ১ তেতিয়া পো- ৰোহিত কৰ্মৰ ৰিতি ক্ৰমে প্ৰতুৰ মন্দিৰত সোমাৰ বেলা তেঁওৰ ধুপ লগোআৰ বাব আচিল। ১° সেই ধুপ লগোঅ কালত মানুহৰ সমুহ সকলে বাহিৰে প্ৰাৰ্থনা কৰি থাকোতে, ১১ প্ৰভুৰ এজন দুতে ধুপ লগো। ভেঁটিৰ সে। ফালে থিয় হৈ দৰ্শন দিলে। ১২ জিখৰিয়াই তেঁওক দেখি উগুল ফুগুল হৈ মনত ভই লাগিল। ১৩ তেতিয়া সেই দুতে তেঁওত কলে, হে জিখ- ৰিয়া, ভই ন কৰিবা; তোমাৰ প্ৰাৰ্থনা সুনা গৈচে, আৰু তোমাৰ ভাৰ্জ। এলিচেবাই পুত্ৰ ওপজাব, আৰু তুমি তেঁওৰ নাম য়োহান বুলি থব।। ১৪ তোমাৰ অনিন্দ আৰু ৰঙ্গ হব, আৰু তেঁওৰ জনমত অনেকে আনন্দ কৰিব। ১৫ কিয়নো প্ৰভুৰ আগত তেঁও ডঙ্গিৰ হব, আৰু পনিয়ালৰ ৰস বা সুৰা পান ন কৰিব; অৰু উপজিবৰে পৰা পবিত্ৰ আত্মাৰে পৰিপুৰ্ন ইএিল বঙ্গহৰ অনেক মানুহক প্ৰভু পৰম ইস্বৰৰ পথলৈ অ- নিব। ১৭ সন্তানলৈ পিত্ৰিবিলাকৰ মন পালটেবিৰ নিমিতে, অতি অগৰি - হৈ, ১৬ ১৪