পৃষ্ঠা:Kirtan Ghosha.pdf/৭৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

-986 নামবে [ ঘেষা ২৭৩ “তুমি নিত্য নিৰ- ঞ্জন নাৰায়ণ আমিও অংশ তোমাৰ। ভযু সেৱা-চোৰ পায় মহামায়া মুহিলে মন আমাৰ॥ ২৭৩ কিনো অপৰাধ কৰি আছছা আমি মাধৱ বাধাৰ প্ৰাণ। নাম ধৰি ডাকো হিয়াত থাকিয়া কেনে নেদা সমিধান॥ ২৭৪ নিৰ মহসৱৰ কেলে জীৱন হৰিৰ নাম মঙ্গল। হেন হৰিনাম নলৈয়া কলিত কৰিলে জন্ম বিফল॥ ২৭৫ হৰিৰ পৰম প্ৰিয়তম নাই নিজ ভকতত পৰে। যিজনে নিলয় হৰিকেসে নিন্দা কৰে। ২৭৬ ২৭৩। অংশ মমেশান আয়াকতৰান। শ্ৰীৰামী, ভাগৱ-ছায়াদীপিকা, ১৮৭২ পা ২৭৩। —চিত। ২৭৫। কলিত-কল।