পৃষ্ঠা:Kirtan Ghosha.pdf/৭৬৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


101 যােব ২৭২] CSEK যিজনে কেলে হৰি-নাম লৰে পুরুষ সিসি চতুৰ। ২৬৮ বিষয়-সম্বন্ধ ইন্দ্ৰিয়ৰ সুখ সমস্ত যােনিতে পাই। পৰম দুভ হৰিৰ ভকতি অনুষ্যত পৰে নাই। ২৬৯ ময়-জনম লভিবাৰ ফল হৰিৰ কীৰ্ত্তন মাত্র । হৰিৰ কীৰ্ত্তন কৰি মহাসুখে হােৱে ভকতিৰ পাত্র। ২৭ হৰি-গুণ-নাম- এৱণ-কীর্তনে কৰয় চিত্ত নির্মল। হৰিৰ চৰণে লভিবাহা সুমঙ্গল ॥ ২৭১ কেলে ভকতি কাল-এ হুয়া ভৈলাে অচেতন বয়স গােৱাইলে হেসে। বান্ধৰ কৃষ্ণৰ নামক নলৈলাে হৰি-ভকতৰ মেলে ॥ ২৭২ না । বয়স। গোৱাইলেশমাইল।