সমললৈ যাওক

সদস্য:Boranitul

ৱিকিউৎসৰ পৰা


https://as.wikipedia.org/wiki/Boranitul


আঁচলৰ আগ




নিতুল বৰা, গুৱাহাটী সন্মিলনত



মোৰ বিষয়ে


নমস্কাৰ| মই নিতুল বৰা। জন্ম আৰু বাসস্থান নগাঁও। কৰ্মসুত্ৰে ম‍ই অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ, নগাঁও সংমণ্ডল, নগাঁৱৰ কাৰ্য্যালয়ত কৰ্মৰত। অসম আৰু অসমীয়াক ভালপোৱাৰ প্ৰতিদান হিচাপে অসমীয়া ভাষাৰ বাবে আজীৱন কাম কৰি যাবলৈ প্ৰতিশ্ৰুতি বদ্ধ হৈ ৰলো|

The Photographer's Barnstar
For the winner of the Assamese Photography Competition ... Keep contributing to Wikimedia Commons :-) Naveenpf (talk) 15:12, 18 June 2012 (UTC)

পুৰস্কাৰ

[সম্পাদনা কৰক]
অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে ম‍ই ৱিকিপিডিয়া সম্প্ৰদায়ৰ হৈ আপোনাক কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈকো এনেদৰেই ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকি ইয়াৰ উন্নতি সাধন কৰিব।

বিষ্ণু শ‍ইকীয়া বাৰ্তা 10:01, 8 জুলাই 2012 (UTC))

বিশেষ বঁটা
ৱিকিউৎসত আপোনাৰ বিশিষ্ট অৱদানৰ বাবে শলাগৰ চিনস্বৰূপে এই সামান্য বঁটা আগবঢ়ালোঁ। আশাকৰোঁ আগলৈও আপোনাৰ অৱদানেৰে ৱিকিউৎস সম্বৃদ্ধ কৰি যাব।
প্রভাকৰ শৰ্মা নেওগ (talk) 04:05, 13 মাৰ্চ 2014 (UTC)
ৱিকিউৎস: সাংস্কৃতিক পদক
ৱিকিউৎসত ৰাম নৱমী গ্ৰন্থখন যোগ কৰি দিয়া অৱদানৰ বাবে আপোনালৈ এই সামান্য সন্মান আগবঢ়োৱা হ'ল। প্রভাকৰ শৰ্মা নেওগ (talk) 13:16, 7 নৱেম্বৰ 2014 (UTC)