সদস্য:কৃষ্ণা সোণোৱাল

ৱিকিউৎসৰ পৰা

মই কৃষ্ণা সোণোৱাল । জন্মসূত্রে তিনিচুকীয়া জিলাৰ যদিও বৰ্তমান কামৰূপ (মহানগৰ) জিলাৰ বাসিন্দা । কামৰূপ জিলাৰ এগৰাকী সহঃ শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। অসমীয়া ভাষাৰ প্ৰতি মৰম আছে, নিজৰ মাতৃভাষাৰ হকে কিবা কৰাৰ ইচ্ছা আছে । বিদ্যায়তনিকভাৱে ইংৰাজী সাহিত্যৰ ছাত্রী হ'লেও অসমীয়া সাহিত্যৰ গভীৰ অনুৰাগী । আজৰি সময়ত কিতাপ পঢ়ি, গীত শুনি, চলচ্চিত্র চাই, নেদেখা ঠাই ভ্রমণ কৰি ভাল পাওঁ ।