ৱিকিউৎস:স্কেনাৰৰ বাবে কিতাপৰ তালিকা

ৱিকিউৎসৰ পৰা

অসমীয়া ৱিকিউৎসৰ প্ৰস্তাৱিত স্কেনাৰৰ বাবে ফাউণ্ডেচনৰ প্ৰতিনিধিয়ে দিয়া চৰ্ত অনুযায়ী কিতাপৰ তালিকাখন ইয়াতে সন্নিৱিষ্ট কৰা হ'ল।

(মেটা ৱিকিত এই সম্পৰ্কে দিয়া প্ৰস্তাৱ আৰু আলোচনা চাওক।)

তালিকা[সম্পাদনা কৰক]

  1. ডিম্বেশ্বৰ নেওগৰ “শ্বহিদান’’
  2. চন্দ্ৰধৰ বৰুৱাৰ “কামৰূপ জীয়াৰী’’,
  3. সূৰ্যকুমাৰ ভূঞাৰ “বৰফুকনৰ গীত’’
  4. সূৰ্যকুমাৰ ভূঞাৰ “নিৰ্মালী’’
  5. পদ্মনাথ গোহাঞিবৰুৱাৰ “লীলা’’
  6. সূৰ্যকুমাৰ ভূঞাৰ “জয়মতী’’
  7. ডিম্বেশ্বৰ নেওগৰ “থাপনা’’
  8. চন্দ্ৰকুমাৰ আগৰৱালাৰ “চন্দ্ৰামৃত’’
  9. সূৰ্যকুমাৰ ভূঞাৰ “ত্ৰিপদী’’
  10. মহেশ্বৰ গোস্বামী প্ৰকাশিত “সাহিত্য-সংগ্ৰহ’’( ১৯০৫ চনৰ এন্ট্ৰেন্সৰ পাঠ্যপুথি)
  11. পুৰুষোত্তম ঠাকুৰৰ “ন-ঘোষা’’
  12. ধৰ্মেশ্বৰী দেৱী বৰুৱানীৰ “প্ৰাণৰ পৰশ’’
  13. হেমচন্দ্ৰ বৰুৱাৰ “বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰী’’
  14. দণ্ডিনাথ কলিতাৰ “প্ৰদীপ’’
  15. বিৰিঞ্চিকুমাৰ বৰুৱা সম্পাদিত মহামোহকাব্য, ৰামানন্দ দ্বিজৰ
  16. প্ৰভাত হালৈৰ “মা দুৰ্গা’’
  17. সুৰেন গোস্বামীৰ “সেৱা সদন’’
  18. সুৰেন গোস্বামীৰ “ৰাইনা আৰু শিয়ালৰ সাধু’’
  19. সুৰেন গোস্বামীৰ “সুকোমল দেশৰ সাধু’’
  20. ভোলানাথ ফুকন সম্পাদিত “মুক্তি’’ সংকলন
  21. গোপীনাথ দাসৰ “বিহুৱা জেউতি’’
  22. পদ্মকুমাৰী গোহাঁইৰ “হিন্দু নাৰী’’
  23. দামোদৰ দেৱগোস্বামীৰ “মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱ’’
  24. কৃষ্ণচন্দ্ৰ দেৱগোস্বামীৰ “সাধক পদ্মনাভ’’
  25. ৰজনীকান্ত বৰদলৈৰ ৰাধা-ৰুক্মিণীৰ ৰণ
  26. ৰজনীকান্ত বৰদলৈৰ খাম্বা-থুইবীৰ সাধু
  27. শৰৎচন্দ্ৰ গোস্বামীৰ ময়না
  28. শৰৎচন্দ্ৰ গোস্বামীৰ অসমীয়া সাধুকথা
  29. শৰৎচন্দ্ৰ গোস্বামীৰ পানিপথ
  30. হিতেশ্বৰ বৰবৰুৱাৰ ঢোপকলি
  31. বেণুধৰ ৰাজখোৱাৰ চন্দ্ৰ সম্ভৱ
  32. বেণুধৰ ৰাজখোৱাৰ দশগীত
  33. বেণুধৰ ৰাজখোৱাৰ সৰু লৰাৰ গান
  34. বেণুধৰ ৰাজখোৱাৰ ডেকা-গাভৰু
  35. বেণুধৰ ৰাজখোৱাৰ দুৰ্যোধনৰ উৰুভঙ্গ
  36. চন্দ্ৰধৰ বৰুৱাৰ “মেঘনাদ বধ’’
  37. সাহিত্য ৰত্নাৱলী (সপ্তমমানৰ পাঠ্যপুথি ১৯৬৫)
  38. পাটীগণিত (চতুৰ্থ শ্ৰেণীৰ ১৯৬৩)
  39. আধুনিক ব্যৱহাৰিক গণিত (১৯৬২)
  40. শিশু বিজ্ঞান (১৯৬৭)
  41. অমৰ মানৱ (১৯৭৫)
  42. সিংহগড় বিজয় (১৯৭৪)
  43. সৰল ভূগোল (১৯৬৯)
  44. আমাৰ দেশ (১৯৬৭)
  45. গল্পগুচ্ছ (১৩৫৭ শক)
  46. সোণালী পাঠ (১৯৬৭)
  47. ভাৰতৰ বুৰঞ্জী (১৯৭৫)
  48. এছিয়াৰ জ্যোতি (১৯৬৭)
  49. বিশ্ব ইতিহাসত এভূমুকি (১৯৭১)
  50. পৃথিৱীৰ নতুন বুৰঞ্জী (১৯৬০)
  51. নতুন ভূগোল (১৯৬৯)
  52. শিশু বিজ্ঞান (১৯৬৪)
  53. অসমৰ নতুন বুৰঞ্জী (১৯৬৯)........
  54. Sri Sri Candi শ্ৰীশ্ৰী চণ্ডী
  55. Batsarar Dalil বাটসৰৰ দলিল
  56. Bastu Sastrare Sundar Jivan বাস্তু শাস্ত্ৰৰে সুন্দৰ জীৱন
  57. Kalpanar pora Bastaboloi কল্পনাৰ পৰা বাস্তৱলৈ
  58. Studies of the Atharvaveda with particular reference to non-secular Hymns
  59. Adhunik-sanskrit-Asamiya-Abhidhan আধুনিক-সংস্কৃত অসমীয়া অভিধান
  60. The Island of Adventure কালিকা লগা দ্বীপ
  61. Lawam Kuwari লাবাম কুঁৱৰী
  62. Mayur konwar ময়ুৰ কোঁৱৰ
  63. Patal Purar Sadhu পাতাল পুৰৰ সাধু
  64. Alohi Gharar Chor আলহী ঘৰৰ চোৰ
  65. Parijat Haran পাৰিজাত হৰণ
  66. Sagar সাগৰ