ৱিকিউৎস:বৈঠক/ৱিকিউৎস উচ্চতৰ কৰ্মশালা, ১৮ অক্টোবৰ, ২০২০
অৱয়ব
তাৰিখ
[সম্পাদনা কৰক]১৮ অক্টোবৰ, ২০২০
সময়: সন্ধ্যা ৭ টাত
মাধ্যম
[সম্পাদনা কৰক]গুগল মিট
সমল ব্যক্তি
[সম্পাদনা কৰক]উপস্থিতি
[সম্পাদনা কৰক]ন-পুৰণি সদস্য মিলাই মুঠ ২৫ গৰাকী ব্যক্তিয়ে এই কৰ্মশালাত যোগদান কৰে।
আলোচিত বিষয়
[সম্পাদনা কৰক]- সংশোধন বা প্ৰুফৰিডিঙত ব্যৱহৃত বিভিন্ন সাঁচ
- ফৰ্মেটিং বা সজ্জা (বিভিন্ন কিতাপৰ উদাহৰণৰে সৈতে)
- সংশোধন স্থিতিৰ বুটামৰ ব্যৱহাৰ
- বৈধকৰণ
ম্যাদ
[সম্পাদনা কৰক]- কৰ্মশালাৰ মূল কাৰ্যসূচী প্ৰায় ৫০ মিনিট।
- প্ৰশ্নোত্তৰ ১০ মিনিট।