ৱিকিউৎস:বৈঠক/ৱিকিউৎস উচ্চতৰ কৰ্মশালা, ১৮ অক্টোবৰ, ২০২০

ৱিকিউৎসৰ পৰা

১৮ অক্টোবৰ, ২০২০

সময়: সন্ধ্যা ৭ টাত

গুগল মিট

সমল ব্যক্তি[সম্পাদনা কৰক]

user:gitartha.bordoloi

উপস্থিতি[সম্পাদনা কৰক]

ন-পুৰণি সদস্য মিলাই মুঠ ২৫ গৰাকী ব্যক্তিয়ে এই কৰ্মশালাত যোগদান কৰে।

আলোচিত বিষয়[সম্পাদনা কৰক]

  • সংশোধন বা প্ৰুফৰিডিঙত ব্যৱহৃত বিভিন্ন সাঁচ
  • ফৰ্মেটিং বা সজ্জা (বিভিন্ন কিতাপৰ উদাহৰণৰে সৈতে)
  • সংশোধন স্থিতিৰ বুটামৰ ব্যৱহাৰ
  • বৈধকৰণ
  • কৰ্মশালাৰ মূল কাৰ্যসূচী প্ৰায় ৫০ মিনিট।
  • প্ৰশ্নোত্তৰ ১০ মিনিট।