ৰে সই গোপালে পিয়াক

ৱিকিউৎসৰ পৰা

ৰাগ॥ আশোৱাৰী ॥ তাল॥পৰি॥
ধ্ৰুং॥ ৰে শুই গোপাল পিয়াৰো
মেৰি প্ৰাণ আধাৰো।
মধুপুৰী ৰহে দহে জীয়ো হামাৰো॥
পদ॥ গোকুলক মাণিক
কানু নবনিধি।
হাতে হৰল নিকৰুণ বঙ্ক বিধি॥
চান্দ বিনে ৰয়নি সজনি
কিছু নোহে।
হৰি বিনে বিৰিন্দা বিপিন নাহি সোহে॥