ৰে মন ৰাম চৰণ ৰতি লাৱত
অৱয়ব
।। ৰগাঃ মাহুৰ।। তালঃ পৰি।।
ধ্ৰুং।। ৰে মন, ৰাম চৰণ ৰতি লাৱত।
ঝুণ্টা বাত, বিষয়-বিষ ছোড়ি, ৰাম অমিয়া-গুণ গাৱত।।
পদ।। দুঃখ-ইন্ধন মহ বিষয় অমিয়া ৰস
ওহি ভৱ গহন অনলা।
তেজু তথিয়ে আশ কৈচন লালস
মানস মুগুধ বিড়ালা।।
শুন পামৰু মন মজি ৰহতু ঘন
হৰি-ৰস আনন্দ সিন্ধু।
কহয় মাধৱ-ৰাম তেজু সকল কাম
ৰাম ভকত-জন বন্ধু।।