ৰূপে ভূলে গোৱালী
অৱয়ব
।। ৰাগঃ শ্ৰীগান্ধাৰ।। একতাল।।
ধ্ৰুং।। ৰূপে ভুলে গোৱালী, সুন্দৰ বনমালী,
মোহন বনমালী।
কহ-কৈছন স্বামী হে হৰি।
হৰি মিলব হামাৰি।।
পদ।। শ্যাম সুন্দৰ তনু হে হৰি, হৰি এ পীতবসনা।
এ ৰূপে ভুললে মন হে হৰি, হৰি কোটি-মদনা।।
এ জগ ভুলাল হাসি হৰি, হৰি বয়স নবীনা।
কৈছন ধৰব চিত্ত হে হৰি,হৰি নন্দসুত বিনা।।
কমল-নয়ন স্বামী হে হৰি, হৰি সুচান্দ-বয়না।
কহয় মাধৱ গতি হে হৰি, হৰি নন্দুক-নন্দনা।।