হৰি গুণ কৈছে বিছুৰি মন ৰে
Jump to navigation
Jump to search
।। ৰাগঃ ধনশ্ৰী।। তালঃ পৰি।।
ধ্ৰুং।। হৰি গুণ কৈছে বিছুৰি মন ৰে।
এ ভৱ সাগৰে তেৰি তাকৰ ৰে।।
পদ।। নিগম নিগূঢ় ভৱ তৰয়ে পাপাৰু।।
তাহে বিছুৰি ভৱ তৰয়ে নাপাৰু।।
কলি কলমষ ঘোৰ পায়োধি মনাই।
বিছুৰি গোৱিন্দ গুণ তাৰক নাই।।
কহয় মাধৱ দাস দীন হীনমতি।
ইহ পৰলোকে মেৰি গোবিন্দসে গতি।।