হৰিক বয়ন হেৰি মাই
Jump to navigation
Jump to search
।।ৰাগঃ ধনশ্ৰী।। একতাল।।
ধ্ৰুং।। হিৰক বয়ন হেৰি মাই।
ফোকাৰে নিশ্বাস নীৰ নয়ন ঝুৰায়।।
পদ।। আজু জনমি সুত চলে পৰদেশ।
কতনো লিহিল বিধি অবাগীক ক্লেশ।।
বিনে তোহো ৰহব জীৱন নাহি মোই।
কহ শঙ্কৰ কৃষ্ণ বোল সব লোই।।