হামাৰু ৰামচৰণে মন লাগু
Jump to navigation
Jump to search
।। ৰাগঃ মাহুৰ ।। তালঃ পৰি।।
ধ্ৰুং।। হামাৰু ৰামচৰণে মন লাগু।
মায়াময় সয়ল দুনিয়াই জানি
ভৰম তেজি জাগু।।
পদ।। ধন জন জীৱন যৌৱন জায়া
কায়া ঐসৱ ধান্ধা।
যৈচন বিজুৰি উজুৰি মিলাৱত
তাহে নাহি দেখা আন্ধা।।
হৰিপদপঙ্কজ ভৱভয়ভঞ্জন
তাহে চিন্তি চিত লাই।
হৰি কহু চৰণ-পঙ্কজ-ৰজ
কিঙ্কৰ মাধৱ দীন গুণ গাই।।