সেউজী সেউজী সেউজী অ'

ৱিকিউৎসৰ পৰা

সেউজী সেউজী সেউজী অ'
    সেউজী ধৰনী ধুনীয়া
সোণোৱালী শইচৰ
        পথাৰ কোলাত শোভে
            ৰ'দালিৰে ফুল ফল সেন্দুৰীয়া
আমাৰ চকুলোৰে
    পানী দি জিয়ালো
        মানিকী মধুৰি ধান
তোমালৈ আনিছো
        জগতৰে শইচ
            এৰা নিমাতী মান