সাত সাগৰৰ দেশ-বিদেশৰ

ৱিকিউৎসৰ পৰা

 সাত সাগৰৰ দেশ-বিদেশৰ

          তেৰ নদীৰ পাৰে....

আমাৰ দেশৰ নানা বৰণৰ

          নানান নিচান উৰে ৷



নানা খনিকৰে নানা কাৰিকৰে

          যতনেৰে যিখিনি কৰে

নোহোৱা নোপোৱা কত অমূল্য

          বাহানি গঢ়িছে নৰে ৷

তাকে তোমালৈ মাত পাবলৈ

          আনিছো সকলোটি

          মাতা অ’ নিমাতী !!