সাঁচ:Playscript
ব্যৱহাৰবিধি
[সম্পাদনা কৰক]এই সাঁচখন নাটক, স্ক্ৰিপ্ট আদিৰ পাঠ সজ্জিত কৰাৰ বাবে ব্যৱহাৰ কৰা হয়।
প্ৰাচলসমূহ
[সম্পাদনা কৰক]- প্ৰয়োজনীয়
- নাম: চৰিত্ৰৰ নাম
- কথা: চৰিত্ৰৰ কথা
- বৈকল্পিক
- ব্যৱধান: প্ৰথম স্তম্ভৰ (চৰিত্ৰৰ নাম) প্ৰস্থ সলনি কৰিবলৈ ইয়াক ব্যৱহাৰ কৰক। ইয়াক em ৰে জোখা হয়। 5em ইয়াৰ ডিফল্ট আকাৰ।
উদাহৰণ
[সম্পাদনা কৰক]ইনপুট
[সম্পাদনা কৰক]{{playscript | হালোৱা।— | (কানত নাঙ্গল-যুৱলি লৈ ঘৰমুৱা হৈ প্ৰৱেশ) হৰি-গুৰু-বান্ধব! উঃ, কেতিয়া নো পাওঁগৈ ঘৰ ঐ! ভোকে-পিয়াহে গা আচন্দ্ৰাই কৰিছে! ধূৱঁলি-কুৱঁলিখন দেখিছোঁ! }} {{playscript | জালোৱা।— | (উধাতু খাই প্ৰৱেশ) হেৰৌ, সেইটো কোন্ ঔ? কাতিয়া ককাই হৱ নে ঔ? }}
আউটপুট
[সম্পাদনা কৰক]হালোৱা।— | (কানত নাঙ্গল-যুৱলি লৈ ঘৰমুৱা হৈ প্ৰৱেশ) হৰি-গুৰু-বান্ধব! উঃ, কেতিয়া নো পাওঁগৈ ঘৰ ঐ! ভোকে-পিয়াহে গা আচন্দ্ৰাই কৰিছে! ধূৱঁলি-কুৱঁলিখন দেখিছোঁ! |
জালোৱা।— | (উধাতু খাই প্ৰৱেশ) হেৰৌ, সেইটো কোন্ ঔ? কাতিয়া ককাই হৱ নে ঔ? |
পাঠ্য উৎস: ভূত নে ভ্ৰম/প্ৰথম অঙ্ক
দুটা পৃষ্ঠাত থকা বাক্য
[সম্পাদনা কৰক]এই সাঁচৰ বৈকল্পিক সংস্কৰণ:
- {{playscript/s}}
- {{playscript/e}}
উদাহৰণস্বৰূপে, ধৰাহ'ল, এটা বাক্য এইদৰে ভাঙি গৈছে:
পৃষ্ঠা ১ | পৃষ্ঠা ২ | ||
---|---|---|---|
Juliet: | O Romeo, Romeo! wherefore art thou Romeo?
Deny thy father and refuse thy name; |
Or, if thou wilt not, be but sworn my love,
And I'll no longer be a Capulet. |
প্ৰথম পৃষ্ঠাটো এনেদৰে লিখা উচিত:
{{playscript/s | Juliet: | O Romeo, Romeo! wherefore art thou Romeo? Deny thy father and refuse thy name;}}
লগতে ফুটাৰত {{playscript/e}}
লিখিব লাগিব।
আকৌ, দ্বিতীয় পৃষ্ঠাটো এনেদৰে লিখা উচিত:
{{playscript/e |Or, if thou wilt not, be but sworn my love, And I'll no longer be a Capulet. }}
লগতে হেডাৰত {{playscript/s}}
লিখিব লাগিব।
টোকা
[সম্পাদনা কৰক]এই সাঁচখন কেৱল চুটি শাখাৰ বাবেহে ব্যৱহাৰ কৰা উচিত। সম্পূৰ্ণ নাটকৰ ক্ষেত্ৰত এই সাঁচখন ব্যৱহাৰ কৰিলে পৃষ্ঠাটো সঠিকভাৱে প্ৰদৰ্শন কৰাত সমস্যা হ’ব পাৰে।
লগতে চাওক
[সম্পাদনা কৰক]- {{dialogue indented}}
- {{rbstagedir}}
পুনৰ্নিৰ্দেশসমূহ
[সম্পাদনা কৰক]The above documentation is transcluded from সাঁচ:Playscript/doc. (edit | history) Editors can experiment in this template's sandbox (create | mirror) and testcases (create) pages. Please add categories to the /doc subpage. Subpages of this template. |