সাঁচ:PD-India-Author?

ৱিকিউৎসৰ পৰা

এই লেখা বৰ্তমান পাবলিক ডমেইনৰ আওতালৈ আহিছে বুলি অনুমান কৰা হৈছে কাৰণ ইয়াৰ উৎসস্থল ভাৰত আৰু ভাৰতীয় কপিৰাইট আইন, ১৯৫৭ অনুসৰি লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ পাৰ হ’লে কপিৰাইট উকলি যায়। অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব।

বি:দ্ৰ: এই লেখা/ৰচনা/গ্ৰন্থৰ লেখকৰ মৃত্যুবৰ্ষ কোনো তথ্যসূত্ৰৰ দ্বাৰা প্ৰতিষ্ঠিত নহয়। ভৱিষ্যতে কোনো তথ্যসূত্ৰৰ দ্বাৰা লেখকৰ মৃত্যুবৰ্ষ সংক্ৰান্তীয় তথ্য প্ৰকাশ হ’লে এই লেখকৰ ৰচনাৰ প্ৰকৃত কপিৰাইট অৱস্থা পৰীক্ষা কৰা সম্ভৱ হ’ব। নতুন তথ্য অনুসৰি এই গ্ৰন্থৰ কপিৰাইট অৱস্থা ভবিষ্যতে বিচাৰ কৰি সেই অনুযায়ী ব্যৱস্থা লোৱা হ’ব।

এই সাঁচ সন্নিৱিষ্ট পৃষ্ঠাসমূহ শ্ৰেণী:অনিশ্চিত লেখক পাবলিক ড'মেইন ভাৰত বা শ্ৰেণী:অনিশ্চিত ফাইল পাবলিক ড'মেইন ভাৰত বা শ্ৰেণী:অনিশ্চিত পাবলিক ড'মেইন ভাৰত-ত থাকিব।