সপোন পাৰৰ মই সপোন কুঁৱৰী

ৱিকিউৎসৰ পৰা

 সপোন পাৰৰ মই সপোন কুঁৱৰী ৷

          অমিয়া মাধুৰী মই আনো বিচাৰি ৷

মই যে মায়াবিনী মই যে কুহকিনী ৷৷

          হাঁহি- কান্দোনৰ কথা দিওঁ সুঁৱৰি ৷

                   সুখ দুখ, কত চাওঁ,

                   হাঁহো মৃদু মৃদু কৰি ৷৷