সদস্য:Gitartha.bordoloi/intro

ৱিকিউৎসৰ পৰা
সকলো লোকেই বৰঙণি আগবঢ়াব পৰা ই এক মুক্ত পুথিভঁৰাল

ৱিকিউৎসলৈ আদৰিছোঁ

ৱিকিউৎস এক মুক্ত পুথিভঁৰাল য’ত আমাৰ স্বেচ্ছাসেৱকসকলে মুক্ত প্ৰকাশনসমূহ সংগ্ৰহ আৰু ৰক্ষণাবেক্ষণ কৰে। আপুনি কেনেকৈ লেখা এটা আৰম্ভ কৰিব এই সম্পৰ্কে জানিবলৈ অন্তৰ্ভুক্তি নিৰ্দেশনা আৰু সহায়িকা পৃষ্ঠা চাওক, আৰু আপুনি কি ভাৱে বৰঙণি যোগাব পাৰে সেয়া জানিবলৈ সমাজৰ বাটচ'ৰা চাওক। ৱিকিউৎসত পৰীক্ষা-নিৰীক্ষাৰ বাবে পৰীক্ষাগাৰ ব্যৱহাৰ কৰিব পাৰে।

অসমীয়া ভাষাৰ ৱিকিউৎসত বর্তমান ৩,১৩১ টা পৃষ্ঠা আছে।