সখি হে, চলে কানু বিৰিন্দবনে
অৱয়ব
।। ৰাগঃ সুহাই।। তালঃ যতি।।
ধ্ৰুং।। সখি হে, চলে কানু বিৰিন্দবনে।
বয়ন চান্দেৰ সুধা,
নয়ন চকোৰ দুহোঁ,
পিয়া থাকো হেন লয় মনে।।
পদ।। বংশী অধৰে ধৰি নয়ন আঞ্চোৰ ভৰি
প্ৰেমৰসে বৰিষে অমিয়া।
মাণিক মুখেৰ কান্তি দশন মোতিম পান্তি
প্ৰাণ মেৰি হৰত হাসিয়া।।
ভুৱন মোহন ৰূপ পেখিতে মদন চুপ
হামু সখি বিৰহিনী নাৰী।
না দেখিতে তনু ক্ষীণ কহয় মাধৱ দীন
গতি-মতি মুকুতি মুৰাৰি।।