লেখক:স্বৰ্ণলতা বৰুৱা

ৱিকিউৎসৰ পৰা
স্বৰ্ণলতা বৰুৱা (দেৱী)
(১৮৭১–১৯৩২)
প্ৰাক্‌-জোনাকী আৰু কোনাকী যুগৰ লেখিকা। গুণাভিৰাম বৰুৱা আৰু বিষ্ণুপ্ৰিয়া দেৱীৰ প্ৰথম সন্তান। কলিকতাৰ বেথুন স্কুলত শিক্ষা গ্ৰহণ কৰি থকা সময়ত মাত্ৰ চৈধ্য বছৰ বয়সতে "আৰ্হি তিৰোতা" ৰচনা কৰিছিল। বিবাহৰ পাছত নাম স্বৰ্ণলতা ৰায়।

গ্ৰন্থৰাজি[সম্পাদনা কৰক]

  1. আৰ্হি তিৰোতা


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )