লেখক:সৌৰভ কুমাৰ চলিহা
অৱয়ব
| ←লেখকৰ তালিকা | সৌৰভ কুমাৰ চলিহা (১৯৩০–২০১১) |
| সৌৰভ কুমাৰ চলিহা (১৯৩০-২০১১) এগৰাকী অসমীয়া গল্পকাৰ ৷ প্ৰকৃত নাম সুৰেন্দ্ৰ নাথ মেধি। লণ্ডন বিশ্ববিদ্যালয়ৰপৰা পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰা চলিহা অসম প্ৰসাশনিক সেৱাৰ বিষয়া তথা সাহিত্যকাৰ কালিৰাম মেধিৰ পুত্ৰ আছিল। |