সমললৈ যাওক

লেখক:শিৱনাথ ভট্টাচাৰ্য্য

ৱিকিউৎসৰ পৰা
শিৱনাথ ভট্টাচাৰ্য্য
(১৮৬৩–১৯৩৩)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক প্ৰকাশক আৰু লেখক। অসমৰ পুথি প্ৰকাশনৰ ইতিহাসৰ প্ৰথমজন সফল ব্যৱসায়ী। ১৮৮৬ চনত ডিব্ৰুগড়ত ভট্টাচাৰ্য্য এজেন্সী স্থাপন কৰে।

লেখক হিচাপে প্ৰকাশিত গ্ৰন্থ

[সম্পাদনা কৰক]
  1. আসাম-ভূগোল

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )