লেখক:শান্তনু কৌশিক বৰুৱা
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
←লেখকৰ তালিকা | শান্তনু কৌশিক বৰুৱা (১৯৬৫—) |
![]() |
শান্তনু কৌশিক বৰুৱা অসমৰ এগৰাকী লেখক আৰু সাংবাদিক। ১৯৮৬ চনত "নতুন অসম বিলাসিনী" সংবাদ পত্ৰৰ সহ-সম্পাদক হিচাপে সাংবাদিক জীৱন আৰম্ভ কৰি তেওঁ বৰ্তমান "এদিনৰ সংবাদ" বাতৰিকাকতৰ মুখ্য কাৰ্যবাহী সম্পাদকৰূপে কৰ্মৰত। |