সমললৈ যাওক

লেখক:পূৰ্ণকান্ত দেবশৰ্ম্মা

ৱিকিউৎসৰ পৰা
পূৰ্ণকান্ত দেবশৰ্ম্মা
পূৰ্ণকান্ত দেবশৰ্ম্মা (১৯শ শতিকা) শিশুসাহিত্যিক নাট্যকাৰ, কবি আৰু সম্পাদক। ঘৰ ডিব্ৰুগড়ত।


সাহিত্য-চৰ্চা

[সম্পাদনা কৰক]
শিশুসাহিত্য
  1. হিতকথা (১৮৭৮)
  2. জ্ঞানাংকুৰ (১৮৮৩)
নাটক
  1. মধুমালতী
  2. হৰধনু ভংগ (১৮৯৩)
  3. হৰিশ্চন্দ্ৰ (১৮৯৩)
  4. নল চৰিত্ৰ (প্ৰথম সংস্কৰণ) (১৮৮৯) বা নল-দময়ন্তী-চৰিত্ৰ (২য় সংস্কৰণ)
সম্পাদিত গ্ৰন্থ
  1. শ্ৰী শ্ৰীন-ঘোষা