লেখক:নগেন্দ্ৰ নাৰায়ণ চৌধুৰী

ৱিকিউৎসৰ পৰা
নগেন্দ্ৰ নাৰায়ণ চৌধুৰী
(১৮৮১–১৯৪৭)
আন প্ৰকল্পত: ৱিকিপিডিয়াত জীৱনী পঢ়ক অসম সাহিত্য সভাৰ পৃষ্ঠপোষক। ১৯৩১ চনত শিৱসাগৰত বহা অসম সাহিত্য সভাৰ ত্ৰয়োদশ সন্মিলনত পৌৰোহিত্য কৰিছিল। ১৯২৯ চনত দীননাথ শৰ্মাৰ লগত লগ লাগি "আৱাহন" প্ৰকাশনৰ কাম কৰিছিল।

সাহিত্যকৃতি[সম্পাদনা কৰক]

বিবিধ

  1. দাঙ্গায় আত্মৰক্ষা,
  2. নগেন্দ্ৰ নাৰাযণ চৌধুৰীৰ গল্প,
  3. বীণাৰ ঝঙ্কাৰ,

গল্প সংকলন

  1. উছৰ্গা,
  2. দুটিৰামৰ সংসাৰ,
  3. পোহাৰী,
  4. মধুমালতী,
  5. তামৰ তাবিজ,
  6. অসৰ্ম্পূণ আইন,
  7. মোৰ পৰিণয় কাহিনী,
  8. বিজয়া,
  9. নয়নতৰা,
  10. ওস্তাদজী,
  11. লাহৰী,
  12. প্ৰতিজ্ঞা,
  13. পৰিবৰ্তন,
  14. বগীতৰা,
  15. মৈদাম অনুসন্ধানত ৰসায়ন

প্ৰবন্ধ সংকলন

  1. লুপ্ত অতিকায় প্ৰাণী,
  2. ভাজনৰ ফেশ্যন,
  3. বড়ো জাতিৰ কথা,
  4. স্ত্ৰী শিক্ষাৰ প্ৰয়োজনীয়তা,
  5. আহোম ভাষাৰ পুথি,
  6. গুপ্তচৰৰ গুপ্ত কৌশল,
  7. প্ৰাগ ঐতিহাসিক যুগৰ চিত্ৰশিল্প,
  8. মোৰ জীৱন স্মৃতি,
  9. ছেৰাই কেল্লাৰ ছো-নৃত্য,
  10. মণিপুৰী পৌৰাণিক নৃত্য


এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )