সমললৈ যাওক

লেখক:তুলসীচন্দ্ৰ হাতীবৰুৱা

ৱিকিউৎসৰ পৰা
তুলসীচন্দ্ৰ হাতীবৰুৱা
(১৮৮৭–১৯৬৭)
তুলসীচন্দ্ৰ হাতীবৰুৱা (১৮৮৭-১৯৬৭) সাহিত্য চৰ্চাত ৰাপ থকা তেজপুৰৰ এগৰাকী ব্যক্তি। তেজপুৰ জিলা কংগ্ৰেছৰ সভাপতি আছিল। পদ্মনাথ গোহাঁঞিবৰুৱাৰ তত্বাৱধানত তেজপুৰ চৰকাৰী স্কুলত পঢ়িছিল যদিও পঢ়া আধাতে সামৰি চাহ বাগিছাৰ চাকৰিত সোমায়। পুনৰ চাকৰি এৰি চতিয়াত কেতি-বাতি কৰিবলৈ লয়। ১৯১৬ চনত কাব্য-কলি লেখে। স্বাধীনতা সংগ্ৰামী দুবাৰকৈ কাৰাবাস খাটিছিল।

সাহিত্য-কৰ্ম

[সম্পাদনা কৰক]
  1. কাব্য-কলি