লেখক:চন্দ্ৰধৰ বৰুৱা
অৱয়ব
←লেখকৰ তালিকা | চন্দ্ৰধৰ বৰুৱা (১৮৭৪–১৯৬১) |
![]() |
নাট্যকাৰ, কবি, অভিনেতা, গীতিকাৰ, সমাজসেৱী, আইনজ্ঞ। ১৮৭৪ চনৰ ১৫ অক্টোবৰত দেৰগাঁৱত জন্ম। ১৯৩০ চনত অসমৰ প্ৰতিনিধিৰূপে ভাৰতৰ স্বাধীনতা সম্পৰ্কে আলোচনা কৰিবলৈ ইংলেণ্ডত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত যোগদান। ১৯১৮ চনত অসম সাহিত্য সভাৰ সভাপতি। ১৯২৬ চনত ‘অসম সাহিত্য সভা পত্ৰিকা’ৰ প্ৰতিষ্ঠাপক সম্পাদক। ১৯২৯ চনত ‘সাহিত্য ৰত্ন’ উপাধি লাভ কৰিছিল। |

সাহিত্যকৰ্ম
[সম্পাদনা কৰক]নাটক
[সম্পাদনা কৰক]- মেঘনাদ বধ (১৯০৪)
- ভাগ্য পৰীক্ষা (১৯১৫)
- তিলোত্তমা সম্ভৱ (১৯২৪)
- ৰাজৰ্ষি (১৯৩৭)
- পুনৰ্জন্ম
- মোগল বিজয়
- আহোম সন্ধ্যা
কবিতা পুথি
[সম্পাদনা কৰক]- ৰঞ্জন (১৯২৭)
- মুক্তাৱলী
- কামৰূপ জীয়াৰী
- বিদ্যুৎবিকাশ
প্ৰবন্ধ
[সম্পাদনা কৰক]উপন্যাস
[সম্পাদনা কৰক]পাঠ্যপুথি
[সম্পাদনা কৰক]অন্যান্য
[সম্পাদনা কৰক]- ৰত্নকোষ- প্ৰথম খণ্ড (১৯৬২)
- ৰত্নকোষ- দ্বিতীয় খণ্ড (১৯৯৮, কপিৰাইট উকলা নাই)
- ভাগ্য পৰীক্ষা

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৫ চনত ১ জানুৱাৰী ১৯৬৫ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )