লেখক:চন্দ্ৰকুমাৰ আগৰৱালা
অৱয়ব
| ←লেখকৰ তালিকা | চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭–১৯৩৮) |
| চন্দ্ৰকুমাৰ আগৰৱালা এজন অসমীয়া কবি আৰু লেখক। অসমীয়া সাহিত্যত ৰমন্যাসবাদৰ সূচনা কৰা লেখকসকলৰ ভিতৰত তেখেত অন্যতম আছিল৷ 'জোনাকী'ৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা 'বনকুঁৱৰী'ক প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা আখ্যা দিয়া হয়৷ আগৰৱালাক "প্ৰতিমাৰ খনিকৰ" বুলিও অভিহিত কৰা হয়। |

সাহিত্যকৰ্ম
[সম্পাদনা কৰক]- চন্দ্ৰামৃত (১৯৬৭)
- প্ৰতিমা (কাব্য সংকলন) (১৯১৪)
- বীণ-বৰাগী (কাব্য সংকলন) (১৯২৩)
- বীণ-বৰাগী আৰু প্ৰপঞ্চ আদি কবিতাৱলী
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৬ চনত ১ জানুৱাৰী ১৯৬৬ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )