লেখক:এ কে গাৰ্নী

ৱিকিউৎসৰ পৰা
এ কে গাৰ্নী
(১৮৫৪–১৯১০)
এ কে গাৰ্নী (১৮৫৪-১৯১০) এগৰাকী বিদেশী মিছনেৰী। ১৮৭৪ চনত তেওঁ আমেৰিকাৰ পৰা আহি অসমৰ শিৱসাগৰত ধৰ্মযাজক ৰূপে খ্ৰীষ্ট ধৰ্ম প্ৰচাৰ কৰিছিল আৰু সমান্তৰালকৈ বিভিন্ন পুথি প্ৰণয়ন কৰিছিল। তেওঁ কেইবাবছৰো 'অৰুণোদই'ৰ সম্পাদক আছিল।

সাহিত্য-চৰ্চা[সম্পাদনা কৰক]

মৌলিক কৰ্ম[সম্পাদনা কৰক]

অনুবাদ[সম্পাদনা কৰক]

সম্পাদিত আলোচনী[সম্পাদনা কৰক]

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )